মই যেতিয়া Moi Jetiya Ai Jibonor Lyrics in Assamese-Song By Bhupen Hazarika

Application Launched/Get It Now For Free

মই যেতিয়া Moi Jetiya Ai Jibonor Lyrics.Tribute to The Legendary Singer Dr. Bhupen Hazarika.

Moi Jetiya Ai Jibonor

Moi Jetiya Ai Jibonor” Song Lyrics

মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম,
আশা কৰো মোৰ চিতাৰ কাষত
তোমাৰ সঁহাৰি পাম।

নালাগে মোৰ সোঁৱৰণী সভা
নালাগে মিছা নাম,
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম।

সমূহৰ বাবে গীত গাই গাই
তোমাক পাহৰি গʼলো
সেয়েহে হ’বলা ভৰ জীৱনতে
তোমাকো হেৰুৱালো।

এই ক্ষোভে মোক দহিছে আজিও
শান্তি ক’তেনো পাম,
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম

মোৰ জীৱনৰ সংগ্ৰামখিনি
মই ফঁহিয়াই  চালে পাম,
তুমি নিদিয়া মৰমখিনিতে
আছিল সৰগী ধাম।
এই সৰগী ধামখনি মই
তোমাৰ বুকুতে পাম,
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম।।

মই যেতিয়া এই জীৱনৰ……….

মই যেতিয়া” Mp3 Song Video

Listen and Download Mp3 Song Of “মই যেতিয়া এই জীৱনৰ

Categories

error: Content is protected !!