Modhulogon (মধুলগণ) A beautiful Assamese song By Deeplina Deka & Pranab Priyankush Baruah. Released in 2020. Below are the Lyrics of the song.
“মধুলগণ” Song Info
➤ Singer: Deeplina Deka & Pranab Priyankush Baruah |
➤ Lyrics: Pranab Priyankush Baruah |
➤ Music: Pallab Talukdar & Ibson Lal Baruah |
“ Modhulogon” Song Lyrics
( মধুলগণৰ মধু ক্ষণ )২
উগুল থুগুল মন আজি..তোমাতেই মগন
সঁপিলোঁ নিজকে তোমাক..তুমিয়েই জীৱন
তোমাৰেই উশাহত সিচিলোঁ..মোৰে জীৱন
তোমাৰেই কঁপালত থাপিলোঁ..ৰঙা ফাগুন
( মধুলগণৰ মধু ক্ষণ )২
তোমাৰে মৰমক..বুকুতে সামৰি
ৰাখিমে ওৰে জীৱন..তোমাৰে সপোনক
দুহাতে সাৱটি..ৰাখিমে ওৰে জীৱন
হাতে হাতে ধৰি..আমি দুয়ো আগুৱাম
সুখে দুখে মিলি..দুয়ো দুয়োকে ধিয়াম
এটি এটি পল..হাঁহি হাঁহি উজ্বলাম
হেঁপাহৰে পজা..আমি প্রেমেৰে সঁজাম
তোমাৰেই উশাহত সিচিলোঁ..মোৰে জীৱন
তোমাৰেই কঁপালত থাপিলোঁ..ৰঙা ফাগুন
( মধুলগণৰ মধু ক্ষণ )২
উগুল থুগুল মন আজি..তোমাতেই মগন
সঁপিলোঁ নিজকে তোমাক..তুমিয়েই জীৱন…
“মধুলগণ” Song Video
Listen and Download Mp3 Song Of 👇মধুলগণ👇
- Wynk: http://bitly.ws/aH5a
- Spotify: http://bitly.ws/aH56
- Gaana: http://bitly.ws/aH5b
- Jio Savan: http://bitly.ws/aH55
- Youtube Music: http://bitly.ws/aH58
- Direct Download Mp3: http://bitly.ws/aH5c