মেঘে গিৰ্ গিৰ্ Meghe Gir Gir Kore Lyrics in Assamese-Song By Bhupen Hazarika

Application Launched/Get It Now For Free

মেঘে গিৰ্ গিৰ্ Meghe Gir Gir Kore Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.

Meghe Gir Gir Kore lyrics

Meghe Gir Gir Kore” Song Lyrics

মেঘে গিৰ্ গিৰ্ কৰে
আ হা হিৰ্ হিৰ্ মেঘে কৰে
বা লাগি আগলতি,কলাপাত লৰে
এজাক যেন বৰষুণ
আহোঁ আহোঁ কৰে।

বহু দিনে ছন পৰা,মোৰ গাঁৱৰ মাটিডৰা
চহ কৰি সেউজ কৰিম,আনন্দে নধৰে।।
ধান নিদিও ঋণো নলও,সুদ নিদিও আৰু ।
মহাজনৰ নিঠুৰ বুধি,সহো কেলেই বাৰু?
বহুতো যে ঘাম সৰালো,তেজো বুকুৰ বহু দিলো
কাঁচিখনত শান দিলো,সাহস ভৰি পৰে।।

মেঘে গিৰ্ গিৰ্ কৰে” Mp3 Song Video

Listen and Download Mp3 Song Of “মেঘে গিৰ্ গিৰ্ কৰে”

Categories

error: Content is protected !!