মাথো তুমি Mathu Tumi a beautiful Assamese romantic song by Angaraag Mahanta(PAPON). Starred by Prasenjit Bora, Nirmali S Bora, Gayotri Boro, etc.. Originally this song was used in the play ‘Best Of Luck’ at Kahinoor Theatre.
“মাথো তুমি” Song Info
➤ Singer: (PAPON) |
➤ Lyrics: Rajdweep |
➤ Music: Pulak Nath |
➤ Director: Deepak Dey |
“Mathu Tumi” Song Lyrics
মোৰ হিয়াৰ ভাজে ভাজে তুমি
মাথো তুমি
ৰুনজুন এই হৃদয়ত
শব্দ কাৰ পায়েলৰ সঘনে,
দিনবোৰ এতিয়া তোমাৰ
ৰাতিয়েও আনে জোৱাৰ গোপনে,
তুমি সপোন মোৰ
তুমি জীৱন মোৰ, উশাহতো আছা তুমি
মোৰে হিয়াৰ ভাজে ভাজে
মাথো তুমি…মাথো তুমি
যদিও দূৰ এই আকা…তুমিতো ওচৰ
তুমিয়ে জোনাকী মোৰ…দিয়া পোহৰ
তুমি নহ’লে এই চহৰ লাগে
সমাধি এই সপোনৰ
জুমি চাওঁ তোমাৰ দুচকুলে
বিচাৰো নদী মৰমৰ
তুমি সপোন মোৰ,
তুমি জীৱন মোৰ উশাহতো আছা তুমি
মোৰে হিয়াৰ ভাজে ভাজে
মাথো তুমি…মাথো তুমি
তোমাৰ কাষত কিনো পাওঁ নুসুধিবা
নিৰৱ উঠে নকলেও..বুজিটো পোৱা
তুমি পৰি মোৰ সৰগৰ
এচুৱা আকাশ মৰমৰ
ৰৈ যোৱানা বুকুতে মোৰ
বৰষা তুমি সৰতৰ
তুমি সপোন মোৰ
তুমি জীৱন মোৰ উশাহতো আছা তুমি
মোৰে হিয়াৰ ভাজে ভাজে
মাথো তুমি…মাথো তুমি
ৰুনজুন এই হৃদয়ত
শব্দ কাৰ পায়েলৰ সঘনে
দিনবোৰ এতিয়া তোমাৰ
ৰাতিয়েও আনে জোৱাৰ গোপনে
তুমি সপোন মোৰ
তুমি জীৱন মোৰ উশাহতো আছা তুমি
মোৰে হিয়াৰ ভাজে ভাজে
মাথো তুমি …মাথো তুমি।।
“Mathu Tumi” Song Video
Listen and Download Mp3 Song Of “মাথো তুমি“
- Wynk: http://bitly.ws/9MIN
- Gaana: http://bitly.ws/9MIM
- Jio Savan: http://bitly.ws/9MIt
- Youtube Music: http://bitly.ws/9MIv
- Download Mp3: http://bitly.ws/9MIQ