Lahe Lahe Lyrics.A beautiful Assamese song by Zubeen Garg. From the movie Ahetuk. Lyrics of this song are written by Banu Das and composed by poran. Enjoy the assamese song lyrics.

Lahe Lahe Song Info
Song: Lahe Lahe Lyrics
Film: Ahetuk (2015)
Singer: Zubeen Garg
Composed By: Poran
Lyricist: Bani Das
Listen & Assamese song Free Download
- Lahe Lahe- Ohetuk Zubeen Garg 3:43
Lahe Lahe Lyrics Assamese Song
লাহে লাহে লাহে লাহে
ভাহি আহে কিনো সুৰ ধৰণীৰ
পাহে পাহে পাহে পাহে
আহে আহে কিজে ৰং সুৰভি। (২)
বুকুয়ে জানে অহেতুক এই ক্ষণ
আকাশ ধিয়াই মতলীয়া মন
আহিলে তুমি, আহিলে
আহিলে তুমি, আহিলে । (২)
উকা উকা মন মনতে
তুমি ত্ৰিষ্ণা, তুমি ত্ৰিপ্তি
মোৰ হৃদয়ৰে
জীয়া মৰম বাৰিষাতে
তুমি উষ্ণা, তুমি আবেগ
মোৰ প্ৰনয়ৰে
সপোন সপোন ক্ষণ
হৈ অচাতন
মোক আমনি কৰে
ধূসৰ ধূসৰ মন মিছা আৱৰণ
মনে কিয় নুবুজে…
বুকুয়ে জানে অহেতুক এই ক্ষণ
আকাশ ধিয়াই মতলীয়া মন
আহিলে তুমি, আহিলে
আহিলে তুমি, আহিলে । (২)
উদাশ মনৰ মানিশাতে
তুমি প্ৰজ্ঞা, তুমি পোহৰ
মোৰ চেতনাতে
সপ্ন বিভৰ নিৰৱ নিশাতে
তুমি স্পন্দন, তুমি জীৱন
মোৰ কামনাতে
অধিলাকুল মন হয় অনুৰনন
মোৰ ভাৱনাতে
বুকুৰ আপোন কোন
নাই তুমি চোন
মোৰ কাষৰতে
বুকুয়ে জানে অহেতুক এই ক্ষণ
আকাশ ধিয়াই মতলীয়া মন
আহিলে তুমি, আহিলে
আহিলে তুমি, আহিলে ।।
Lahe Lahe New Assamese Song Video
Listen and Assamese Song Mp3 Free Download Of Lahe Lahe Assamese song
- Wynk: http://gestyy.com/et9zHV
- JioSaavn: http://gestyy.com/et9zGx
- Youtube Music: http://gestyy.com/et9zSc
Zubeen’s Playlist
তুমি সুৰ এটি গুনগুন – Zubeen Garg Song
কথা দিলো- Zubeen Garg Song
একো জে নাই- Zubeen Garg Song