Korobi Pahi Lyrics. A beautiful Assamese song by Neel Akash, released in 2021. Lyrics of this song are written by Shashwat Handique. Enjoy the Neel Akash song lyrics.

Korobi Pahi Song Info
Song: Korobi Pahi Lyrics
Singer – Neel Akash
Lyrics/Compose – Shashwat Handique
Music – Joon Jonak & Himangshu Dihingia
MUSIC LABEL – DHWANI RECORDS
Korobi Pahi Lyrics Assamese Song
কৰবী পাহিটি চাই জান ঐ
তোমাৰে কথা ভাঁবো
মনৰ তুলিকাতে জান ঐ
তোমাৰে ছবি আকোঁ
মৰম মোহনালে আঁহিছো বৈ
অযুত আশা বুকু্তে যে বান্ধি লৈ
অ’ তোমাৰ বিশাল বোৰে নৈৰ
খৰস্ত্ৰোতা সোঁততে
পৰিবলে দিবানে
পৰিবলে দিবানে বাৰু
অ’ দুবৰি হয় জিনিম তোমাৰ নিঁয়ৰে
অ আগ ভেটি ঐ
ধৰিম দুনয়্নকে
অ’ দুবৰি হয় জিনিম তোমাৰ নিঁয়ৰে
অ আগ ভেটি ঐ
ধৰিম দুনয়্নকে
জোনাকৰ সীমনাত তোমাৰে হাঁহি
তাকে চাই সাৰে পাই কোমল ৰ’দালী
অ আবিৰ সানি দিলা হিয়াৰে মাজৰে
পলাশ শিমলুৰে
ৰঙচুৱা ফাগুনিকে
এটি দুটি কৰি জানানে
হিয়াৰ কোনতে তোমাৰে
গানৰে মায়াতে তৰানো ফুলে
এটি দুটি কৰি জানানে
হিয়াৰ কোনতে তোমাৰে
গানৰে মায়াতে তৰানো ফুলে
বৰনীয়া মানসে
ধুমুহা বেগত
যায় তোমাকে চাবলে
বহাগি সাঁজত
বৰনীয়া মানসে
ধুমুহা বেগত
যায় তোমাকে চাবলে
বহাগি সাঁজত
মলয়ৰে তালে কিজানি আহিবা
অনুভৱৰ কুহিপাতঁ
চুই থয় যাবা
অ’ মোৰে গান যেনেকৈ
প্ৰিয় তোমাৰ তেনেকৈ
সোমাবলে দিবানে
তোমাৰ কোমল প্ৰানৰে ভাঁজত
আদৰি লবানে
পনয়ৰে মায়াবী সুৰক কৰবী পাহি
Korobi Pahi New Assamese Video Song
More Neel Akash Playlist
Prohelika Song Lyrics- Neel Akash
Silimili Tuponi Song lyrics- Neel Akash
Masole Goisilung Lyrics- Neel Akash