Kinu Ragi Lyrics in Assamese-ACHURJYA BORPATRA

Application Launched/Get It Now For Free

Kinu Ragi Lyrics. A beautiful Assamese song By ACHURJYA BORPATRA released in 2021. Lyrics of this song are written by Rahul Goutam Sharma and music given by Arabinda Neog

Kinu Ragi Lyrics in Assamese

Kinu Ragi Song Info

Song: Kinu Ragi Lyrics
Singer/ Music: ACHURJYA BORPATRA
Lyrics: Rahul Goutam Sharma
Music : Arabinda Neog
Music Lebel:

Kinu Ragi Lyrics Assamese Song

কিনো ৰাগি বোকোচাতে লৈ
বতাহ এচাটি বয়
কোনে মনে মনে বিয়পি
বুকুত থিতাপি লয়।
মোৰ আশে পাশে
ৰংৰ আলি উৰে
কানে কানে কোনে আহি
সাধু সাধু ফাগুন ছটিয়ালে

ভালপোৱা ময়ো জানো
ফাগুনে খবৰ দিলে আহো নাহো
দোমোজাতে
আদৰো উজ্ৱলি উঠে
অগাডেৱা অনুৰাগে
গৰকী গভীৰে ঘৰ সাজে।
নাপাও যদিহে বিচাৰি
ঠিকনা তুমিয়ে চিনাকি মোৰ

মোৰ আশে পাশে
ৰংৰ আলি উৰে
কানে কানে কোনে আহি
সাধু সাধু ফাগুন ছটিয়ালে
কিনো ৰাগি বোকোচাতে লৈ
বতাহ এচাটি বয়

Kinu Ragi New Assamese Video Song

Also Check

দিক্ষু Archive

জয় নিৰ্বান Archive

Categories

error: Content is protected !!