KASIOLI Lyrics in Assamese. A very beautiful new Assamese song by SHARAT GOGOI FT. PRIM4L. Released recently. Lyrics of this song are written by UJJAL PROTIM BORA. Hope you will enjoy the Assamese song lyrics.

Audio Credits :
Song:- KASIOLI Lyrics
VOCAL & COMPOSITION – SHARAT GOGOI.
MUSIC PRODUCTION – PRIM4L.
LYRICS – UJJAL PROTIM BORA.
MIX & MASTERING – PALLAB TALUKDAR.
STUDIO – MAKE MUSIC ( NAYAN MONI ).
Listen & Assamese Mp3 song Download Free
- KASIOLI SHARAT GOGOI FT. PRIM4L| NEW ASSAMESE SONG
👇Click Here to Download Mp3👇
KASIOLI Lyrics Assamese Song
অলিয়ে গলিয়ে ঘুৰি ফুৰো মই
নাজানো কিয় যাযাবৰী হৈ
নিমিষত কিয় সপি দিলো
নিবাপ মন সমাধিতে ৰৈ
ছায়া হৈ কিয় উমলিছো সিমনাত
হঠাতে হেৰালে মন কবিতা
ভাৱনাত কিয় ডুবি আছো
অচেতন কিয় মন ?
কাচিয়লি বাট চাই মই
বাট চাই আছো
কাচিয়লি সপোনে দিঠকে
উজাগৰে আছো মই
অকলে অকলে…
নিৰি বিৰি সাজ নিৰবে
নিৰবে…
নিয়ৰত তুলিকা আনি হাহে
বিভাফতিবোৰ
বিভতা..হ্ৰিদয়ৰ
কাচিয়লি বাট চাই মই
বাট চাই আছো
ও ও..
নিৰহা সৰগীত প্ৰেম অনুডন
শৰতৰ সেমেকা ছায়া গণ
ক’তে নো হেৰালে ক্ষণ
অচিনাকি হৈ নিজকে
বিছাৰিছো অবেগতে
সানি আছো ৰঙ বিষাদৰ
উশাহে নিচিনে হ্ৰিদয়ৰ কোলাতত
নিশাহৰ সিপাৰে জীৱনৰ উৰুঙা পথ
কাচিয়লি বাট চাই মই
বাট চাই আছো
কাচিয়লি বাট চাই মই।।
KASIOLI New Assamese Video Song
Assamese Mp3 Songs New:
- Junaki Nikha Lyrics- Aman Borthakur
- Smriti Sannidhya Bhuyan Lyrics
- Ongkita Lyrics in Assamese- Shankuraj Konwar
- Motoliya 2.0 Lyrics- Sannidhya Bhuyan