JUWAI JODI JUWAGOI Lyrics in Assamese. A romantic sad type Assameses song by SHARAT GOGOI X PALLAB Talukdar Released recently. Lyriccs of this song are written by Sharat gogoi. Enjoy the Assamese lyrics of

Audio Credits :
Song: JUWAI JODI JUWAGOI Lyrics
LYRICS & COMPOSITION – SHARAT GOGOI.
Singer – PALLAB TALUKDAR.
MIX & MASTERING – KOUSTAV SAIKIA
Listen & Assamese Mp3 song Download Free
- JUWAI JODI JUWAGOI SHARAT GOGOI X PALLAB
👇Click Here to Download Mp3👇
JUWAI JODI JUWAGOI Lyrics Assamese Song
যোৱাই যদি যোৱাগৈ
নাহিবা কাষলৈ
অকলে থাকিম আঁউসীৰ আকাশহৈ
চকুমুদি চাম তোমাক
নিশাৰ সপোনতে
ভাৱনাতে সাবটি কম
তুমি যে মোৰ
স্মৃতি কলিজাত বান্ধিলৈ মই
দুখবোৰ লিখিম
চকুৰ টোপাল কাগজতে পৰিব নিদিও
অনুকুলহৈ বৈ যাম তুমি
নথকা সুৰত
অংগীকাৰ হ’ব জুৰুলা
উৰি গগনলৈ
চাম তোমাক মেঘতে ৰৈ
বৈ যাম দেহত তোমাৰ বৃষ্টি হৈ
যোৱাই যদি যোৱাগৈ
নাহিবা কাষলৈ
অকলে থাকিম আঁউসীৰ আকাশহৈ
চকুমুদি চাম তোমাক
নিশাৰ সপোনতে
ভাৱনাতে সাবটি কম
তুমি যে মোৰ
অ’ নিশা বাৰটাতে ঐ
খিৰিকিৰ কাষৰতে ৰৈ
নিজানক সাবটি ধৰিম
সুধিম তোমাৰ কথা
ইৰিণত বিচাৰিমগৈ নৈ
জানিলেও নাথাকে যে বৈ
বিচাৰি হাবাথুৰি খাম
পাহৰিম তোমাৰ ব্যথা
ভগা হৃদয় যোৰা দিম গানেৰে সিমনাত
সঁচাকে যদি নিৰিবিলিত ঢাকি যোৱা মোক
দিয়া প্ৰণয় হৃদয়তে মচি
যোৱাই যদি যোৱাগৈ
নাহিবা কাষলৈ
অকলে থাকিম আঁউসীৰ আকাশহৈ
চকুমুদি চাম তোমাক
নিশাৰ সপোনতে
ভাৱনাতে সাবটি কম
তুমি যে মোৰ