Junaki Rati Lyrics. A new Assamese song by Zubeen Garg. Released today. A beautiful romantic Assamese song. Lyrics of this song are written by RF Akash. Enjoy the new Assamese song Lyrics…

Audio Credits:
Song- Junaki Rati Lyrics
Singer: Zubeen Garg
Lyrics/Tune: RF Akash
Music :Himangshu Borah (HB)
Mixing & Mastering: Koustav Saikia
Music Lebel: Dhwani Records
Listen & Assamese song Free Download
- Junaki Rati Zubeen Garg 4:28
👇Click Here to Download Mp3👇
Junaki Rati Lyrics Assamese Song Lyrics
তুমি আহিবা, জোনাকী ৰাতি
মই থাকিম, আগ চোতালত
শেৱালি জোপাৰ তলত
তুমি আহিবা, জোনাকী ৰাতি
মই থাকিম, আগ চোতালত
শেৱালি জোপাৰ তলত।
গভীৰ যিমানেই, নিবিৰ নিশা
আকুল সিমান মোৰ, মনৰ আশা
গভীৰ যিমানেই, নিবিৰ নিশা
আকুল সিমান মোৰ, মনৰ আশা
তুমিয়েই তুমিয়েই, মন আকাশৰ
ভৰ জোনৰ পোহৰ
তুমিয়েই তুমিয়েই, মন আকাশৰ
ভৰ জোনৰ পোহৰ।
তুমি আহিবা, জোনাকী ৰাতি
মই থাকিম, আগ চোতালত
শেৱালি জোপাৰ তলত।।
শাৰদী জোনাক, শেৱালি সুবাস
মই থাকিম জীয়াই, তোমাৰ ছায়াত
শাৰদী জোনাক, শেৱালি সুবাস
মই থাকিম জীয়াই, তোমাৰ ছায়াত
তুমিয়েই তুমিয়েই, মন আকাশৰ
ভৰ জোনৰ পোহৰ।
তুমিয়েই তুমিয়েই, মন আকাশৰ
ভৰ জোনৰ পোহৰ।
তুমি আহিবা, জোনাকী ৰাতি
মই থাকিম, আগ চোতালত
শেৱালি জোপাৰ তলত
শেৱালি জোপাৰ তলত।।
Junaki Rati New Assamese Video Song
Also Check