জোনাকে বিচাৰে কি Junake Bisare Ki Lyrics in Assamese-Song By Papon

Application Launched/Get It Now For Free

জোনাকে বিচাৰে কি Junake Bisare Ki a beautiful Assamese song by Angaraag Mahanta(PAPON). From the album নিয়ৰৰ গধুলি.

Junake Bisare Ki lyrics

“Junake Bisare Ki” Song Lyrics

জোনাকে বিচাৰে কি
ফাগুনী বতাহে সোৱৰাই কি,
তোমাকে তোমাকে তোমাকে তোমাকে
তোমাকে তোমাকে তোমাকে তোমাকে,
জোনাকে বিচাৰে কি ..।।

দোকমোকালি পুৱা কুলিৰ বিননি
বেদনাই আহি দুচকু তিয়ায়,
ডাৱৰে আৱৰে সপোন মোৰ,
বতাহে নিলে উৰুৱাই
জোনাকে বিচাৰে কি…।।

জোনাকৰ ৰাতি তিৰবিৰ তৰাই,
কিনো মায়া সানে দুচকু জুৰি
মন মোৰ উৰি যায় দুৰণিলৈ,
আপোন গাঁওৰ পদুলিলৈ,ফাগুনী বতাহে সোৱৰাই কি
তোমাকে তোমাকে তোমাকে তোমাকে,
জোনাকে বিচাৰে কি…।।

জোনাকে বিচাৰে কি” Song Video

Listen and Download Mp3 Song Of “জোনাকে বিচাৰে কি”

Categories

error: Content is protected !!