JUN BELI TORA Lyrics. A beautifull Assamese Romantic song by Yaman Kalyan Deka ft. Prasant Das. Released recently. You can also Check Zubeen Garg ASsamese songs here. Hope you will enjoy The new Assamese song lyrics.

Audio Credits:
Song – JUN BELI TORA Lyrics
Singer – Yaman Kalyan Deka
Lyrics – Prasant Das
Music – Yaman Kalyan Deka
Mixed & Mastered by – Yaman Kalyan Deka
Listen & Assamese Mp3 song Download Free
- JUN BELI TORA Yaman Kalyan Deka
👇Click Here to Download Mp3👇
Jun Beli Tora Lyrics Assamese Song
পলে-পলে বাঢ়ে মৰম আৰু তোমালে’
দূৰে দূৰে নৰ’বাঁ আৰু বেছি পৰলে’
পলে-পলে বাঢ়ে মৰম আৰু তোমালে’
বুকুৰে এচুকত ৰাখি থ’বলে
দূৰে দূৰে নৰ’বাঁ আৰু বেছি পৰলে’
মৰমৰে আৱাহন তোমাক পাবলে’
বুজা-নুবুজা শিহৰণ তোমালে’ চাই বাঢ়িছে
জোন-বেলি-তৰা থকা আকাশতে
জানা ওৰেৰাতি দেখোঁ মই তোমাকে!
নিৰিবিলি সপোনৰে ভাঁজতে
জানা ওৰেৰাতি ৰাখোঁ মই তোমাকে!
তোমাৰে ওঁঠত জানো কিনো ৰং!
কাঢ়ি নিয়ে মোৰ বহেমীয়া মন
সাধু-সাধু যেন তোমাৰে কথাত
জাগি উঠে মোৰ কিনো শিহৰণ!
আছুতীয়াকৈ ৰাখি থওঁ
তোমাক মোৰ ভাগলৈ
প্ৰতিটো উশাহতে মন
সামৰি তোমাকে ল’বলৈ
বুজা-নুবুজা শিহৰণ তোমালে’ চাই বাঢ়িছে
জোন-বেলি-তৰা থকা আকাশতে
জানা ওৰেৰাতি দেখোঁ মই তোমাকে!
নিৰিবিলি সপোনৰে ভাঁজতে
জানা ওৰেৰাতি ৰাখোঁ মই তোমাকে!
Jun Beli Tora New Assamese Video Song
Listen and Assamese Song Mp3 Free Download Of
New Assamese Song 2021