Jipaal Lyrics in Assamese- Sannidhya Bhuyan|Assamese Song Lyrics

Application Launched/Get It Now For Free

Jipaal Lyrics in Assamese. A beautiful Assamese EDM song by Sannidhya Bhuyan. The lyrics of this song Are written by Rajib Bhuyan. Production by Tonmoy Krypton & Abhi Saikia. enjoy the Lyrics of Jipaal below..

Jipaal Lyrics in Assamese- Sannidhya Bhuyan

Audio Credits
Song: Jipaal Lyrics
Vocals & composition by Sannidhya Bhuyan
Additional production by Abhi Saikia
Lyrics by Rajib Bhuyan
Prod. by Tonmoy Krypton

Listen & New Assamese Song Download

  1. Jipaal Sannidhya Bhuyan

👇Click Here to Download Mp3👇

Jipaal Lyrics Assamese Song

জিৰি জিৰি নিজৰাৰে গান
শুনিছা নে পখীৰ কলতান
গছে বনে বতাহৰ ধেমালি

উৰি উৰি অদেখা অজান
দূৰ সদূৰ অসীমৰে সমান
মুকলিত বহাগৰ আবেলি

কুলিটিয়ে গীত গা’লে (গীত গা’লে)
প্ৰকৃতিয়ে সাৰ পালে (সাৰ পালে)
সেউজি সেউজি সেউজীয়া আজি বননি

বৃক্ষৰ ডালে ডালে
খেলি ফূৰে পখীকুলে
ফলে ফুলে ধৰনী আজি সুৱনি

জিৰি জিৰি নিজৰাৰে গান
শুনিছা নে পখীৰ কলতান
গছে বনে বতাহৰ ধেমালি

জিৰি জিৰি নিজৰাৰে গান
শুনিছা নে পখীৰ কলতান
গছে বনে বতাহৰ ধেমালি

বহাগৰে মতলীয়া প্ৰাণ‌
শুনিবানে হৃদয়ৰে গান
সুহৱহিত হায়াৰে পদূলি

বহাগৰে বিনন্দীয়া মাত
হৃদয়তে ফুলিছে প্ৰভাত
প্ৰভাতি সনালি ৰ’দালি

কুলিটিয়ে গীত গা’লে
প্ৰকৃতিয়ে সাৰ পালে
সেউজি সেউজি সেউজীয়া আজি বননি

বৃক্ষৰ ডালে ডালে
খেলি ফূৰে পখীকুলে
ফলে ফুলে ধৰনী আজি সুৱনি

জিৰি জিৰি নিজৰাৰে গান
শুনিছা নে পখীৰ কলতান
গছে বনে বতাহৰ ধেমালি

জিৰি জিৰি নিজৰাৰে গান
শুনিছা নে পখীৰ কলতান
গছে বনে বতাহৰ ধেমালি

জিৰি জিৰি নিজৰাৰে গান
শুনিছা নে পখীৰ কলতান
গছে বনে বতাহৰ ধেমালি

উৰি উৰি অদেখা অজান
দূৰ সদূৰ অসীমৰে সমান
মুকলিত বহাগৰ আবেলি

Jipaal Assamese Video Song

Sannidhya Bhuyan Song Lyrics

Categories

error: Content is protected !!