Jatra Ekhon Sobir Lyrics in Assamese-Song By Zubeen

Application Launched/Get It Now For Free

Jatra Ekhon Sobir is a beautiful Assamese song Zubeen Garg. Which represents the hard work of artists. who are working continuously behind film or to recover the Assamese industry. The song is sung by many singers Zubeen Garg, Rupam Bhuyan, Priyanka Bharali, and Barnali Basistha. Directed by Bitopan Kashyap.

Jatra Ekhon Sobir Lyrics

Jatra Ekhon Sobir Song Info

  • Singer : Zubeen Garg, Rupam Bhuyan, Priyanka Bharali, Barnali Basistha
  • Tune & Music : Poran Borkotoky (Jojo) 
  • Lyrics: Sasanka Samir
  • Mix & Mastering: Bhupesh Saikia

Listen & Assamese song Free Download

  1. Jatra Ekhon Sobir Zubeen Garg 4:43

Download Here

Jatra Ekhon Sobir Lyrics in Asssamese

ছায়া ছবিৰ চকুৰে দেখাহি চিনেমাৰ

কলা বলা ৰঙিন হোৱা এই চিনেমা

কতশ ফ্ৰেমৰ হেপাঁহৰ মন জুৰণীয়া

সুখে দুখে অকাঁ কেনভাচৰ সোনবৰণীয়া…

যাত্ৰা ভাল লগা ছবিৰ

যাত্ৰা সাত ৰঙিন ক্ষণৰ

যাত্ৰা স্মিতি ভৰা দিনৰ কাহিনীকাৰৰ কাহিনী

এলানি নিপুন মনৰ

বহু ৰসাল কথা

একো কি নিভাজ সুৰৰ

অযুত উমাল আশা

হাতৰা ভৰা প্ৰেমৰ

আকাশৰ ফুল কুমলীয়া

কতশ শতক খোজৰ উশাহৰ বাৰেবৰণীয়া

যাত্ৰা ভাল লগা ছবিৰ

যাত্ৰা সাত ৰঙিন ক্ষণৰ

যাত্ৰা স্মিতি ভৰা দিনৰ কাহিনীকাৰৰ কাহিনী

চিনাকী চিতুন জোনৰ

ৰূপৰ কৰো পেথৰ

সাহসী সপোন বনৰ

অনেক জোনাক ভাষা

অহা যোৱা ঘৰৰ মূধচত ৰদ ৰংচুৱা

একা বেকা পথৰ দমালৰ বান্ধ উৰণীয়া…

যাত্ৰা ভাল লগা ছবিৰ

যাত্ৰা সাত ৰঙিন ক্ষণৰ

যাত্ৰা স্মিতি ভৰা দিনৰ কাহিনীকাৰৰ কাহিনী

ছায়া ছবিৰ চকুৰে দেখাহি চিনেমাৰ

কলা বলা ৰঙিন হোৱা এই চিনেমা

কতশ ফ্ৰেমৰ হেপাঁহৰ মন জুৰণীয়া

সুখে দুখে অকাঁ কেনভাচৰ সোনবৰণীয়া…

যাত্ৰা ভাল লগা ছবিৰ

যাত্ৰা সাত ৰঙিন ক্ষণৰ

যাত্ৰা স্মিতি ভৰা দিনৰ কাহিনীকাৰৰ কাহিনী।।

যাত্রা এখন ছবিৰ Song Video

Listen and Assamese Song Mp3 Free Download Of যাত্রা এখন ছবিৰ

Also Check

Assamese Song Download Website

Categories

error: Content is protected !!