Jape Dim Disangot Lyrics in Assamese- Song by Zubeen Garg

Application Launched/Get It Now For Free

Jape Dim Disangot Lyrics. A beautiful Assamese song Bihu by Zubeen Garg. From the album Gamusa. It is a very famous old Bihu song in Assam. Enjoy the old Assamese song lyrics.

Jape-Dim-Disangot-Lyrics-Zubeen-Garg

Jape Dim Disangot Song Info
Song: Jape Dim Disangot Lyrics
Singer: Zubeen Garg, Mantumoni Saikia & Barnali Kalita
Album: Gamusa

Listen & Assamese song Free Download

  1. Jape Dim Disangot Zubeen Garg 5:41

Download Here

Jape Dim Disangot Lyrics Assamese Song

আশাবোৰ সোপিদিম অ জান ঐ
নদীৰ কোৱাল সোতত

ঐ জাপে দিম দিচাংত
তোমাৰে বেজাৰত
আশাবোৰ সোপিদিম অ জান ঐ
নদীৰ কোৱাল সোতত
জাপে দিম দিচাংত
তোমাৰে বেজাৰত
আশাবোৰ সোপিদিম অ জান ঐ
নদীৰ কোৱাল সোতত
তুমি মোৰ বুকুৰে সোণ…
তেনে কথা নকবা চোন
মোৰে মন আকাশৰে জোন

তোমাৰ বাবে আছে নো বৈকুন্ঠ
ঐ জান তোমাৰ বাবে আছে নো বৈকুন্ঠ
হাঁহিৰে ভৰিব, জাপে দিম দিচাংত
আমাৰে ঘৰ এখনি, তোমাৰে বেজাৰত
দুচকুৰে বোৱ অ জান ঐ
সুখৰ চকুপানী
জাপে দিম দিচাংত
তোমাৰে বেজাৰত
আশাবোৰ সোপিদিম অ জান ঐ
নদীৰ কোৱাল সোতত

নোৱাব ধোৱাব শিৰত সেন্দুৰ দিব
হুমৰ জুই সাক্ষী হৈ অ জান ঐ
আমাৰ বিয়া হব (২)
বুকুত ভাৱনাৰে জুই
হিয়াত মৰমৰে বোল
তোমাক লৈ কত যে সপোন
তুমি মোৰ হৃদয়ৰ দাপোন
ঐ জান তুমি মোৰ হৃদয়ৰ দাপোন

পুৱাতে উঠিবা, জাপে দিম দিচাংত
বাহি গাঁ তিয়াঁবা, তোমাৰে বেজাৰত
গোসাঁইৰে থাপোনাত অ জান ঐ চাঁকি ধূপ জ্বলাবা
জাপে দিম দিচাংত, তোমাৰে বেজাৰত
আশাবোৰ সোপিদিম অ জান ঐ
নদীৰ কোৱাল সোতত

এদিন দুদিন কৰি সময় বাগৰিব
দিনক দিনে আমাৰ
অ জান ঐ মৰম বাঢ়হি যাব (২)
নকৰে হিয়া মন জুৰ
তোমাক মৰম যাচি মোৰ
জনমে মৰমে তুমি ও সোন
থাকিবা হৈ বুকুৰে আপোন
ঐ জান তোমাৰ সমান হব পাৰে কোন
নিশাৰ এন্ধাৰতো, জাপে দিম দিচাংত
জোনাকে হাঁহিব, তোমাৰে বেজাৰত
পুৱাৰ সুৰুযেও ও জান ঐ আমাক আদৰিব
জাপে দিম দিচাংত, তোমাৰে বেজাৰত
আশাবোৰ সোপিদিম অ জান ঐ
নদীৰ কোৱাল সোতত ।।

Jape Dim Disangot Assamese Song Video

Listen and Assamese Song Mp3 Free Download Of Jape Dim Disangot

Also Check

Ratnakar Album Lyrics

Dr. Bhupen Hazarika Songs

Categories

error: Content is protected !!