Jape Dim Disangot Lyrics. A beautiful Assamese song Bihu by Zubeen Garg. From the album Gamusa. It is a very famous old Bihu song in Assam. Enjoy the old Assamese song lyrics.

Jape Dim Disangot Song Info
Song: Jape Dim Disangot Lyrics
Singer: Zubeen Garg, Mantumoni Saikia & Barnali Kalita
Album: Gamusa
Listen & Assamese song Free Download
- Jape Dim Disangot Zubeen Garg 5:41
Jape Dim Disangot Lyrics Assamese Song
আশাবোৰ সোপিদিম অ জান ঐ
নদীৰ কোৱাল সোতত
ঐ জাপে দিম দিচাংত
তোমাৰে বেজাৰত
আশাবোৰ সোপিদিম অ জান ঐ
নদীৰ কোৱাল সোতত
জাপে দিম দিচাংত
তোমাৰে বেজাৰত
আশাবোৰ সোপিদিম অ জান ঐ
নদীৰ কোৱাল সোতত
তুমি মোৰ বুকুৰে সোণ…
তেনে কথা নকবা চোন
মোৰে মন আকাশৰে জোন
তোমাৰ বাবে আছে নো বৈকুন্ঠ
ঐ জান তোমাৰ বাবে আছে নো বৈকুন্ঠ
হাঁহিৰে ভৰিব, জাপে দিম দিচাংত
আমাৰে ঘৰ এখনি, তোমাৰে বেজাৰত
দুচকুৰে বোৱ অ জান ঐ
সুখৰ চকুপানী
জাপে দিম দিচাংত
তোমাৰে বেজাৰত
আশাবোৰ সোপিদিম অ জান ঐ
নদীৰ কোৱাল সোতত
নোৱাব ধোৱাব শিৰত সেন্দুৰ দিব
হুমৰ জুই সাক্ষী হৈ অ জান ঐ
আমাৰ বিয়া হব (২)
বুকুত ভাৱনাৰে জুই
হিয়াত মৰমৰে বোল
তোমাক লৈ কত যে সপোন
তুমি মোৰ হৃদয়ৰ দাপোন
ঐ জান তুমি মোৰ হৃদয়ৰ দাপোন
পুৱাতে উঠিবা, জাপে দিম দিচাংত
বাহি গাঁ তিয়াঁবা, তোমাৰে বেজাৰত
গোসাঁইৰে থাপোনাত অ জান ঐ চাঁকি ধূপ জ্বলাবা
জাপে দিম দিচাংত, তোমাৰে বেজাৰত
আশাবোৰ সোপিদিম অ জান ঐ
নদীৰ কোৱাল সোতত
এদিন দুদিন কৰি সময় বাগৰিব
দিনক দিনে আমাৰ
অ জান ঐ মৰম বাঢ়হি যাব (২)
নকৰে হিয়া মন জুৰ
তোমাক মৰম যাচি মোৰ
জনমে মৰমে তুমি ও সোন
থাকিবা হৈ বুকুৰে আপোন
ঐ জান তোমাৰ সমান হব পাৰে কোন
নিশাৰ এন্ধাৰতো, জাপে দিম দিচাংত
জোনাকে হাঁহিব, তোমাৰে বেজাৰত
পুৱাৰ সুৰুযেও ও জান ঐ আমাক আদৰিব
জাপে দিম দিচাংত, তোমাৰে বেজাৰত
আশাবোৰ সোপিদিম অ জান ঐ
নদীৰ কোৱাল সোতত ।।
Jape Dim Disangot Assamese Song Video
Listen and Assamese Song Mp3 Free Download Of Jape Dim Disangot
- Gaana: http://gestyy.com/et1OSm
- JioSaavn: http://gestyy.com/et1OS9
Also Check