Jakoruwa Lyrics in Assamese-Shankuraj Konwar & Maitrayee Patar

Application Launched/Get It Now For Free

Jakoruwa Lyrics in Assamese. A beautiful new Assamese song by Shankuraj Konwar & Maitrayee Patar. Lyrics of this song are writtrn by Maitrayee Patar. The duets of Shankuraj Konwar & Maitrayee Patar are always heartwarming. Enjoy the Assamese Lyrics of the song…

Jakoruwa Lyrics in Assamese-Shankuraj Konwar & Maitrayee Patar

Audio Credits:
Song – Jakoruwa Lyrics
Singer – Shankuraj Konwar & Maitrayee Patar
Lyrics- Maitrayee Patar
Composer -Shankuraj Konwar
Mixed and Mastered by Kankan Mech

Listen & Assamese Mp3 song Download Free

  1. Jakoruwa Shankuraj Konwar & Maitrayee Patar

👇Click Here to Download Mp3👇

Jakoruwa Lyrics Assamese Song

অসুখৰে সময় পাহৰোৱা
কান্দোনৰে প্ৰহৰ মচি দিয়া
অ' আকূতিৰে চিৰাল আঙুলিৰে
সৰকি অহা চকুপানী,
উচুপনি ভাঙি হাঁহি হোৱা
দুঃসময় নেওচি আহি থাকা
কোৱা ঘৰমুৱা দুভৰিৰে কথা
জীয়াই থাকক আশাৰে ৰ'দ জীয়া
জীয়াই থাকক আশাৰে ৰ'দ জীয়া
জীয়াই থাকক আশাৰে ৰ'দ,
মুকলি ভালপোৱা জাকৰুৱা
জাকৰুৱা, জাকৰুৱা, জাকৰুৱা, ভালপোৱা জাকৰুৱা

ভাগৰৰ দুহাতত গুজি দিয়া
টোপনিৰে ভাঁজত জাগি ৰোৱা
সপোনকে কোৱা, জাগি ৰোৱা
দুঃসময় নেওচি আহি থাকা
কোৱা ঘৰমুৱা দুভৰিৰে কথা
জীয়াই থাকক আশাৰে ৰ'দ জীয়া
জীয়াই থাকক আশাৰে ৰ'দ জীয়া
জীয়াই থাকক আশাৰে ৰ'দ,
মুকলি ভালপোৱা জাকৰুৱা
জাকৰুৱা, জাকৰুৱা, জাকৰুৱা, ভালপোৱা জাকৰুৱা

Jakoruwa New Assamese Video Song

Shankura Konwar New Assamese Songs

Categories

error: Content is protected !!