Jajabari Jolongat Lyrics. A beautiful Assamese song by Zubeen Garg. It is a New Assamese song released recently. Lyrics by Late Dr. Parul Choudhury. Enjoy the Zubeen garg song lyrics..

Jajabari Jolongat Song Info
Song – Jajabari Jolongat
Singer – Zubeen Garg
Lyricist – Late Dr. Parul Choudhury
Tune/Music – Palash Surya Gogoi
Music Lebel – DHAWANI RECORDS
Listen And Assamese Song Free Download
- Jajabari Jolongat- Zubeen Garg Zubeen Garg 4:26
Jajabari Jolongat Lyrics Assamese Song
যাযাবৰি জোলোঙাত হেজাৰ স্ৱপ্ন
কলিজাৰ কোহে কোহে
আঁকি জাও ক’ত খেয়ালী কবিতা
কামনাৰ ৰ’দালী গচকি
সুৰৰ লহৰে লহৰে
গাঠী যাও গীতৰ মালিতা
প্ৰাপ্তিৰ আনন্দই সীমনা নামানে
নোৱাৰো ক’ব কি আনে মোৰ গানে
উতনুৱা ফাগুনৰ পচোৱা নহলো
নহলো স্নিগ্ধ শৰৎ
কাহিলি পুৱাৰ আচলত ওমলি
জোনাক সিচো মোৰ আন্ধাৰত
হিয়াৰ ভাজত সপোনৰ উকমুকনি
অশ্ৰুকণা কন্ঠ হৈ নিগৰি
বতাহৰ কানে কানে
প্ৰাপ্তিৰ আনন্দই সীমনা নামানে
নোৱাৰো ক’ব কি আনে মোৰ গানে
ৰাজহংসৰ পাখি নিবিচাৰো মই
আকাশ ধুনিবলৈ
ধুলিৰ সতে পাতি মিতিৰালি
মৰতত সৰগ সজাবলৈ
বুকুৰ মাজত দগবগনি
শব্দই প্লাৱন আনে
বাধা প্ৰাচীৰ নেওচি
হিয়াৰ আশে পাশে
আশে পাশে
প্ৰাপ্তিৰ আনন্দই সীমনা নামানে
নোৱাৰো ক’ব কি আনে মোৰ গানে
Jajabari Jolongat New Assamese Video Song
Check Zubeen Garg’s New Songs