Ishwar Oi Assamese song lyrics. This beautiful Neel Akash song released in 2020, from the album BIHUWAN Vol- 5. Lyrics of this song written by Luit Neel . Featuring Neel Akash, Amrita Gogoi & Jeetul Gogoi.

Ishwar Oi Song Info
Album: Bihuwan – 2020
Singer: NeeL Akash
Lyrics/Tune: Luit Neel
Additional Lyrics/Tune: Kussum Kailash
Listen & Assamese song Free Download
- Ishwar Oi Neel Akash 4:18
Ishwar Oi Assamese Song Lyrics
বগী বগী ছোৱালী
হাই ঐ হাই
মিচিকি হাঁহিৰে
খুলি খুলি খাই
মৰম লগাই আছিলা মোলৈ চাই
দিছা নেকি বুকুতে ঠাই (2)
এ মইনা
লাগে যদি কোৱানা
গঢ়াই দিম মই গহণা
আৰু যদি লাগেনো দিম
মোৰে কোমল কলিজা
হাই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে
জান ঐ
এধানি এবানি কৰিলা হিয়াখনি
কলৈ যাং কি কৰোং লাগে
বুকুখন চপৰা চপৰে খহিছে যেনে কৰি
বেছি দিন নাথাকিম চাগে
এ মইনা
তাকে ভাৱি চোৱানা
মনৰ যিহে যাতনা
আধাতেই নাভাঙিবা দেই
মোৰে কোমল কলিজা
হাই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে
আই ক’লা ক’লা
জানৈ পিতাই ক’লা ক’লা
জানৈ মই ধুৱাঁচাঙৰ
মই ধুৱাঁচাঙৰ গঢ়
কৰবাত কেনেবাকে
জানৈ দেখি পাব লাগিলে
জানৈ ভালুক বুলি নিদিবা
ভালুক বুলি নিদিবা লৰ
এ মইনা
লাগে যদি কোৱানা
গঢ়াই দিম মই গহণা
আৰু যদি লাগেনো দিম
মোৰে কোমল কলিজা
হাই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে
Ishwar Oi Neel Akash Video Song
Listen and Assamese Song Mp3 Free Download Of ঈশ্বৰ ঐ
- Wynk: http://gestyy.com/etLJHn
- JoSaavn: http://gestyy.com/etLJH8
Also Check