সৰু মানুহ Horu Manuh a new Assamese rap song by Kull Deep. Describing the struggle and dreams of a middle-class person.

“সৰু মানুহ” Song Info
➤ Singer: Kull Deep | |
➤ Music Production: Krishi Music | |
➤Mix: Notxofar | |
“Horu Manuh” Song Lyrics
আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ সৰু মানুহ সৰু মানুহ
আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
ফটা কাগজতে সপোন বিলাক আকিম
মিছা চাল মাৰি নিদিও নিজক ফাকি
জেপত টকা নাথাকিলেও সপোন বহুত বাকী
আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ সৰু মানুহ সৰু মানুহ
আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি
হেপাহতে উৰি আছো কলমটো মোৰ পাখি
পলম হব বাটত আৰু হব চাগে ৰাতি
জেপত টকা নাথাকিলেও সপোন বহুত বাকী
আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ সৰু মানুহ সৰু মানুহ
হি হাহিছে দুখতে হৈছে পগলা , জাগিছে ভুকতে
হি মাগিছে শান্তি , পাহৰি কষ্ট হাঁহি তাৰ মুখতে
হি ভাগিছে বিশাদত , নীৰৱে অকলে বহিছে চকুতে
হি ভাবিছে কথাবোৰ নিৰূপাই পৰিছে নিজৰে ৰোষতে
তোৰ তু টকা নাই, তুক লৈ মৰমৰ ছবি খন কোনেও অঁকা নাই
তোৰ তু টকা নাই, হব দে তাতে নো কিটো হল একতো কথা নাই
তোৰ তু টকা নাই , তোৰ পথাৰৰ ফচলো সময়ত পকা নাই
তোৰ তু টকা নাই , যুজিছো ভিতৰত কিয় মন খুলি তৈ বকা নাই
ফতা গেঞ্জি তলফালে হালফপেন্ত
ফতা ভাগ্য লৈ বেলেগলে হাত মেল
সৰু মানুহ তই সৰু হৈ থাক
বৰ সপোন ৰচিবলে কিহৰ এই বাঘ তেল
ফতা গেঞ্জি তলফালে হালফপেন্ত
ফতা ভাগ্য লৈ বেলেগলে হাত মেল
সৰু মানুহ তই সৰু হৈ থাক
বৰ সপোন ৰচিবলে কিহৰ এই বাঘ তেল
আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ সৰু মানুহ
শুদ্ধ পথত যুদ্ধ কৰিম ৰুদ্ধ কৰে মাত কোনে
মনত বেছি ছেকা হলে ধৰিব তাৰ গাত ঘূণে
ধনত বেছি আঠা চাবি লাগিব তোৰ লেঠা
জেপত টকা নাথাকিলেও সুখী আমি লাখ গুনে
তই মনতে ধনী নে ধনতে
টকা পাই আবেগো বেচিলি কমতে
তোৰ দূৰৰ পৰা ঘৰ টো চমকে
ভিতৰত অশান্তি সুখ বোৰ থমকে
ভাল ভাবি কথাবোৰ নাইবা তই একোকে নাপাবি গমকে
সময় তোৰ লাগিব বুজিবলে কথা ভোকতে কল টো নপকে
কিবা টো থাকিব অৰ্থ নাইবা টো এনেই হি বিততে নবকে
সুখৰে সন্ধানত বিলাওঁতে দক্ষিণা চাবি দেই ঠগিব গণকে
আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
ফটা কাগজতে সপোন বিলাক আকিম
মিছা চাল মাৰি নিদিও নিজক ফাকি
জেপত টকা নাথাকিলেও সপোন বহুত বাকী
আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
ফটা কাগজতে সপোন বিলাক আকিম
“Horu Manuh” Song Lyrics
Listen Horu Manuh Audio MP3
- Gaana: http://bitly.ws/9MKX
- JioSaavn: http://bitly.ws/9MKY
- Hungama : http://bitly.ws/9ML2
- Youtube Music: http://bitly.ws/9ML4