Honda City Lyrics. A beautiful Assamese Song By Neel Akash. Lyrics of this Song are written by Mrinmoy Mritwik & Kussum Kailash. Enjoy the Assamese Song Lyrics.

Honda City Song Info
Song: Honda City Lyrics
Singer: Neel Akash
Album: Bihuwan 6
Female: Nilakshi Neog
Lyrics/Tune: Mrinmoy Mritwik & Kussum Kailash
Music: Ujjwal Aarong
Honda City Lyrics Assamese Song
তুমি মোৰ মন আকাশত জ্বলি থকা
ৰুপালী জোনাক ,
অ ৰুপালী জোনাক,
বেছিদিন নৰও দেহা হুণ্ডা চিটিত
লৈ আনিম তোমাক
মৰম মৰম মৰমবোৰ যাচি দিমেগৈ,
সুখতো হবাহি
দুখতো হবাহি মোৰ….
তোমাৰ দৰে কোন হব আন
তুমি মোৰে দেহাজান,
মৰমতে মোলে অভিমান
কেলৈ কৰা শুধি চাম,
ৰং ৰং ৰঙাকৈ দুগালতে ঐ,
মৰম মৰম মৰমবোৰ যাচি দিমেগৈ,
সুখতো হবাহি
দুখতো হবাহি মোৰ….
তোমাৰ লাহিপাহী অনামিকা আঙুলিত
অ অনামিকা আঙুলিত,
তোমালোকৰ পদুলিত,
বুকু দুৰু দুৰুকৈ কঁপিব নে তোমাৰ ঐ,
নকৰিবা তুমি ভয় কাষতে থাকিমে মই,
ৰং ৰং ৰঙাকৈ দুগালতে ঐ,
মৰম মৰম মৰমবোৰ যাচি দিমেগৈ,
সুখতো হবাহি
দুখতো হবাহি মোৰ….
Honda City Lyrics New Assamese Song Video
Listen and Assamese Song Mp3 Free Download Of Honda City
- Wynk: http://gestyy.com/etVDnk
Also Check