Honda City Lyrics in Assamese- by Neel Akash

Application Launched/Get It Now For Free

Honda City Lyrics. A beautiful Assamese Song By Neel Akash. Lyrics of this Song are written by Mrinmoy Mritwik & Kussum Kailash. Enjoy the Assamese Song Lyrics.

Honda City Lyrics in Assamese- by Neel Akash

Honda City Song Info

Song: Honda City Lyrics
Singer: Neel Akash
Album: Bihuwan 6
Female: Nilakshi Neog
Lyrics/Tune: Mrinmoy Mritwik & Kussum Kailash
Music: Ujjwal Aarong

Honda City Lyrics Assamese Song

তুমি মোৰ মন আকাশত জ্বলি থকা

ৰুপালী জোনাক ,

অ ৰুপালী জোনাক,

বেছিদিন নৰও দেহা হুণ্ডা চিটিত

লৈ আনিম তোমাক

Lyricsfly Application

মৰম মৰম মৰমবোৰ যাচি দিমেগৈ,

সুখতো হবাহি

দুখতো হবাহি মোৰ….

তোমাৰ দৰে কোন হব আন

তুমি মোৰে দেহাজান,

মৰমতে মোলে অভিমান

কেলৈ কৰা শুধি চাম,

ৰং ৰং ৰঙাকৈ দুগালতে ঐ,

মৰম মৰম মৰমবোৰ যাচি দিমেগৈ,

সুখতো হবাহি

দুখতো হবাহি মোৰ….

তোমাৰ লাহিপাহী অনামিকা আঙুলিত

অ অনামিকা আঙুলিত,

তোমালোকৰ পদুলিত,

বুকু দুৰু দুৰুকৈ কঁপিব নে তোমাৰ ঐ,

নকৰিবা তুমি ভয় কাষতে থাকিমে মই,

ৰং ৰং ৰঙাকৈ দুগালতে ঐ,

মৰম মৰম মৰমবোৰ যাচি দিমেগৈ,

সুখতো হবাহি

দুখতো হবাহি মোৰ….

Honda City Lyrics New Assamese Song Video

Listen and Assamese Song Mp3 Free Download Of Honda City

Also Check

দিপলিনা ডেকা Lyrics

ৰদ’ৰ চিঠি Album

Categories

error: Content is protected !!