“হিংসা” Hingxaa new Assamese Rap song by Kul Deep(Kool D). He is an emerging rap artist from Assam. His previous hit song Xoru Manuh gains a lot of views on YouTube. Now he is back with another one.Check out Xoru Manuh Rap song also…

” Hingxa” Song Info
➤ Singer: Kool-D |
➤ Lyrics: Kool-D |
➤ Music: Tavreed |
” Hingxa” Song Lyrics
হাতত এটা কলম আৰু
মনত অলপ অলপ চিন্তা
বাটত হলেও পলম এদিন
সফলতাৰ চিন চাম
জাত পাত ধৰম বাদ দি
মানুহ বুলি চিন তাক
অসৎ হলেও কৰম
মাটিত মিলি যাব..
বাছি খাবা জাগি শুবা
ভাল নহয় দিন কাল
ধ্বংস হব জগত আৰু
প্ৰলয় হব হিংসাৰ
জাত পাতৰ বতাহ
উৰিল ঘৰৰ টিনপাত
একে ঘৰৰ মানুহ চব
কিয় কৰো ঘিণ তাক?
হাতত এটা কলম আৰু
মনত অলপ অলপ চিন্তা
বাটত হলেও পলম এদিন
সফলতাৰ চিন চাম
জাত পাত ধৰম বাদ দি
মানুহ বুলি চিন তাক
অসৎ হলেও কৰম
মাটিত মিলি যাব চিন চাব
শিখ, যেইন, খ্ৰীষ্টান বা
মুছলিম বা হিন্দু
মাগা নাই কোনো ভেদ
চব শান্তিৰ এক বিন্দু
আজি কোন দিশে দেশ
কোন শত্ৰু কোন বন্ধু হল
মানৱতা শেষ
না মানুহ চব জন্তু
সততাৰ গাড়ী খনৰ
খুলিল নাত বল্টু
দুটকাৰ লোভত নেতাই
সলাই থাকে দলটো
অন্ধতাৰ অৱৰণিত
দিনটো হয় কালতো
দিনটো ধৰ্ম পাঠ কৰে
ৰাতি ধৰে…
ৰাজ নীতিৰ সান্নিধ্য
ধৰ্ম হল বাণিজ্য
হেৰা ফেৰী কৰা কেইটাক
এৰা বাৰীত বান্ধি থ
ঠেলা গাড়ীত প্ৰগতি
ঠেলা মাৰি আনিমগৈ
ঠেলা গাড়ীত প্ৰগতি গল..
লোকক ঠগি গঢ়া স্বৰ্গ
গৈ হবগে পাতাল
কোন ভোকত থকা জনক ঠগি
টকা ঘটাত মাতাল
তোৰ মুখত সোনৰ চামুচ
লোকক দিবলেহে আকাল
কতপুষ্ট জীৱক আগত
বিপদ নামৰ পাহাৰ
পৰপুষ্ট জীৱই কৰে
টনা টানিৰ অহাৰ
পৰ কষ্ট বুজাটোহে
মানৱতাৰ আচাৰ
কৰ কষ্ট তেতিয়াহে
সপোন হব শাখাৰ
অন্যথা এদিন তোৰো
পতন হব আশাৰ
চবকে দেখিছোঁ হত্যাকাৰি
অত্যাচাৰী, শয্যা হাৰি
সমাজ উৰিছে লজ্যা নাৰী
নাৰীৰ ধৈৰ্যবাহি
নেতাই কৰিছে কবজা জাৰি
যন্ত্ৰ পাতিৰ ৰুষত পৰিও
আনিছে ধ্বংস মাতি
যজ্ঞ পাতি থাকোতে এদিন
হবগে ধ্বংস দাঁতিত
অংক কাটিছ বিচাৰি বিপ্লৱ
ফুৰিছো মন্ত্ৰ মাতি
হত্যা হিংসা অসৎ কাম যে
বহিছে কংস নাতি
সত্যবাদীৰ পিন্ধিলৈ মুখাটি
দৈত্য ওলাইছে ৰাতিৰ
পদ্য সাজি ধৰি যোগান
গেলিছে মত্যৰ মাতি
সহ্যৰ বাহি মানুহ চবৰে
কমিছে ধৈৰ্য আজি
কৰ্ম আজি বেলেগ অলপ
খেলিব শব্দৰ বাজি
সত্য হিংসা ললেতো দীক্ষা
থাকিলেও শিক্ষা মাগিবি ভিক্ষা
প্ৰতিটো তিত্তা ৰঙলী পৃষ্ঠা
ধৰ্মত নিষ্ঠা কৰ্মত নিষ্ঠা
কমিছে গছবোৰ বাঢ়িছে হিটতাপ
ঘৰখন উটিছে বাৰিষা ঋণতাৰ
কৰিছে ধৰ্ষণ শুনিছো চিৎকাৰ
দৌৰি আহিছা দিবলে গীতকাৰ
জলাব কেণ্ডেল তুলিব পিকচাৰ
দানবে দুগুণে কৰিব বিস্তাৰ
মানুহে মানুহৰ কৰিছে বিশ্বাস
ভাঙিছে বিশ্বাস জাগিছে ইচ্ছাস
যেতিয়া ঘৰখন ৰাখিছোঁ থমকি
বৃষ্টি বৰষুণ বিজুলী চমকি
দৃষ্টি অৰ্পণ মাৰিছে ভুমুকি
সৃষ্টিৰ চর্জন জ্বলিছে ভুমুকি
“Hingxa” Song Video
Listen and Download Mp3 Song Of 👇 Hingxa👇
- Spotify: http://bitly.ws/aGfb
- Amazon Music: http://bitly.ws/aGfg
- Jio Savan: http://bitly.ws/aGfd
- Youtube Music: http://bitly.ws/aGfa
- Direct Download Mp3: http://bitly.ws/aGfi