Heruwabo Nukhuju Lyrics in Assamese. A beautiful sad romantic Assamese Song by Mizzu Mirzanoor. Lyrics of this song are written by Samor Ray. enjoy the beautiful Assamese romantic lyrics…

Audio Credits :
Singer- Mizzu Mirzanoor
Music- David Kashyap
Lyrics- Samor Ray
Tune/composition- Mizzu Mirzanoor
Listen & Assamese Mp3 song Download Free
- হেৰুৱাব নোখোজো Mizzu Mirzanoor
👇Click Here to Download Mp3👇
Heruwabo Nukhuju Lyrics Assamese Song
হেৰুৱাব নোখোজো ,আজি মই তোমাকেই
মনে উচুপে কিয় জানো জানানে?
এপাহি গোলাপে,সোঁৱৰাই মৰমকে
চোৱাচোন এবাৰ তুমি মোলে
উশাহ মোৰ জিৰাব খোজে তোমাতেই
বিছাৰো প্ৰতিপল মই তোমাকেই!
অও হিয়াৰে কোণতে
ৰাখিছো গোপনে
তোমাৰে,মৰমবোৰ সযতনে
তুমি মোৰ জীয়া সপোন
তুমি আৱেগৰ দাপোণ
ন’হবা উদাস অ’ মোৰে সোণ
সঁচা ভালপোৱা মোৰেই
থাকিব হৈয়ে তোমাৰে
উশাহ মোৰ জিৰাব খোজে তোমাতেই
বিছাৰো প্ৰতিপল মই তোমাকেই!
হেৰুৱাব নোখোজো,আজি মই তোমাকেই
মনে উচুপে কিয় জানো জানানে?
এপাহি গোলাপে,সোঁৱৰাই মৰমকে
চোৱাচোন এবাৰ তুমি মোলে
Heruwabo Nukhuju New Assamese Video Song
Listen and Assamese Song Mp3 Free Download Of
Assamese Hit Songs 2021
- Smriti Sannidhya Bhuyan Lyrics
- Ongkita lyrics in Assamese-Shankuraj Konwar
- Motoliya 2.0 Lyrics-Sannidhya Bhuyan