Henguliya Lyrics In Assamese. The new Assamese Song by Sannidhya Bhuyan was released recently. The Lyrics of this song are written by Buddha Jyoti Bezbaruah. Enjoy the Assamese song lyrics in the Assamese language below…

Song Info
Song: Henguliya Lyrics
Singer/Composition – Sannidhya Bhuyan
Lyrics – Buddha Jyoti Bezbaruah
Music – Triv
Artwork and video – Angshuman Das
Listen & New Assamese Song Download
- Henguliya Sannidhya Bhuyan & Triv
Henguliya Lyrics Assamese Song
মিঠা সুৰেৰে ভৰা
জীৱন এটি পাৰাপাৰবিহীন কবিতা
অনুভূতিৰে আবৰা
ধূলি-ধোঁৱাৰে অঁকা
হৃদয়ৰ ধৰণীলে পোহৰ নমোৱা
সূৰ্যমুখী তুমি হোৱা
ৰিণিকি ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে চোৱা বিলীন হোৱা
সাৱতি সেউজীয়া
ৰিণিকি ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে চোৱা বিলীন হোৱা
সাৱতি সেউজীয়া
হিয়াৰে এমুঠি বৰণীয়া
ৰ’দৰে পখিলী ৰহনীয়া
চুবলে এধানি মলয়া জুৰ
বিচাৰো চিনাকী মনৰে সুৰ
হৃদয়ৰ পদূলিতে ৰ’দৰ ফাকুৰে
আঁকি যোৱা ৰামধেনু সাতোৰঙেৰে
ৰঙচুৱা আবেলিৰ হেঙুল প্ৰভাৰে
আদৰিবা জেউতী মনৰ জোনেৰে
ৰিণিকি ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে চোৱা বিলীন হোৱা
সাৱতি সেউজীয়া
ৰিণিকি ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে চোৱা বিলীন হোৱা
সাৱতি সেউজীয়া
Henguliya New Assamese Video Song
More Assamese song Lyrics in Assamese Language
- Seni Lyrics In Assamese_ Dool D Assamese Rap song
- Nakhyatra Lyrics in Assamese
- Deuta Shankuraj Konwar Lyrics