Haate Haat Dhori Lyrics- Papon-Assamese Song Lyrics

Application Launched/Get It Now For Free

Haate Haat Dhori Lyrics. A beautiful charming Assamese song by Papon released recently. The song is about our life, what we gained or what we lost in order to survive in this world. Must Listen the song. Check Other Papon Songs also. Enjoy the New Assamese mp3 2021- Assamese song lyrics….

haate-haat-dhori-lyrics-papon

Audio Credits:
Song – Haate Haat Dhori Lyrics
Singer – Papon
Lyrics – Mukunda Saikia
Composer – Hopun Saikia
Mixed & Mastered by – Pankaj Borah @Neo Sound (Mumbai)

Listen & Assamese Mp3 song Download Free

  1. Haate Haat Dhori Angarag Mahanta

👇Click Here to Download Mp3👇

Haate Haat Dhori Lyrics Assamese Song

হাতে হাত ধৰি আজি, বহুদূৰ আহি পালোঁ।
বাৰ্তালাপ কিনো কৰোঁ নোকোৱাকৈয়ে বুজোঁ।
জীৱনৰ আবেলি, বুকুতেই বান্ধি
আবেগৰ টোপোলাবোৰ ,
ভাগৰি পৰিলেও, খামুচি ধৰিম
আজিও দেখোঁ আমি নতুন।
হাতে হাত ধৰি আজি, বহুদূৰ আহি পালোঁ।
বাৰ্তালাপ কিনো কৰোঁ নোকোৱাকৈয়ে বুজোঁ।

চাওঁ তোমাক, আজিও যদি
পৃথিৱী বিচাৰি পাওঁ
বৈ আছা নদীৰ দৰে
মই যেন এখনি নাওঁ
হৈ পোহৰ, কাঁচিয়লিৰ
আঁকোৱালি লোৱা দুবাহুত
কি পালোঁ, কি হেৰুৱালোঁ
তুমি আছা যে সিয়ে বহুত।

তুমি মই লিখোঁ কাহিনী
সময়ৰ ফুল বুটলি,
প্রজাপতি তাতে বৰণীয়া।
সাৰে আছে আজি নিশাটি
প্ৰণয়ৰে শুনি ৰাগিনী
নাহিব যেন পুৱতি, হেঙুলীয়া।

হাতে হাত ধৰি আজি, বহুদূৰ আহি পালোঁ।
বাৰ্তালাপ কিনো কৰোঁ নোকোৱাকৈয়ে বুজোঁ।

Haate Haat Dhori New Assamese Video Song

More Papon Asamese songs

Categories

error: Content is protected !!