গুণ গুণ কাণে Gun Gun Kane Kane Lyrics in Assamese-Song By Papon

Application Launched/Get It Now For Free

গুণ গুণ কাণে Gun Gun Kane Kane Lyrics. A beautiful Assamese song by Angaraag Mahanta(PAPON). From the album নিয়ৰৰ গধুলি.

Gun Gun Kane Kane Lyrics

“Gun Gun Kane Kane” Song Lyrics

গুণ গুণ গুণ গুণ কাণে কাণে

জিৰ্ জিৰ্ জিৰ্ জিৰ্ বৰষুণে

গায় মাঁথো এই গান

প্ৰভাতী পক্ষীৰ ধ্বনি

আকাশেবতাহে উৰি,

ৰিঙিয়াই ৰিঙিয়াই গায়,

অ অ অ অ ।।

গুণ গুণ গুণ গুণ কাণে কাণে,

জিৰ্ জিৰ্ জিৰ্ জিৰ্ বৰষুণে…।।

কুলু কুলু নদী বয় কেতেকীৰ বিননীত

গৰখীয়াৰ বাঁহীতে একেটা সুৰৰ কলি….।।

দিশে দিশে মুখৰিত ছন্দ গানৰ,

শুনা মাঁথো শুনা অভিমানী প্ৰিয়া মোৰ,

দূৰণিত বহি তুমি শুনা,

অ অ অ অ অ …।।

গুণ গুণ গুণ গুণ কাণে কাণে…।।

তৰাৰ আকাশতে ধ্ৰুৱতৰা জিলিকে

নয়ন জোৰাই চোৱা কিনো বিতোপন দেখে….।।

এন্ধাৰ-পোহৰ নীলা পুৱতিৰ সেই ক্ষণে

আনে উৰুৱাই মলয়া বতাহে একেটা সুৰৰ ক’লি

অ অ অ অ অ …

গুণ গুণ গুণ গুণ কাণে কাণে…।।

“Gun Gun Kane Kane” Song Video

Listen and Download Mp3 Song Of 👇গুণ গুণ গুণ গুণ কাণে কাণে👇

Categories

error: Content is protected !!