গৌৰীপুৰীয়া গাভৰু Gouri Puriya Gabhoru Lyrics in Assamese-Song By Bhupen Hazarika

Application Launched/Get It Now For Free

গৌৰীপুৰীয়া গাভৰু দেখিলো Gouri Puriya Gabhoru Dekhilu Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.

Gouri Puriya Gabhoru

Gouri Puriya Gabhoru” Song Lyrics

গৌৰীপুৰীয়া গাভৰু দেখিলো,হাতী ধৰিবলৈ গৈ।
হাতীও ধৰিলো তাইকো মুহিলো
সাতুৰি গদাধৰ নৈ হে।
মহলৰ কাষতে নৈৰে পাৰতে
আছিলে অকলে ৰৈ হে।

গোৱালপাৰাৰ হাতী মহল,মাউত নানা স্থানৰ
তাৰেই মাজত মাথোন ম‍ই শিৱসাগৰৰ গাঁৱৰ
সেয়ে, গভীৰ হাবিত গাইছিলো বিহু ব’হাগৰ।

কি গাইছিলো! পৰ্বতে পৰ্বতে বগাব পাৰোঁ ম‍ই
লতানো বগাবলৈ টান
বলীয়া হাতীকো বলাব পাৰো ম‍ই
তোমাকনো বলাবলৈ টান।

গাভৰুৰ বলালো মন,লতাও বগালো
বিহু গায়েই অচিন সুন্দৰীৰ চিত হৰি নিলো
কষ্ট কৰিলে ৰত্ন মিলিব কথাটি শিকিলো।

তেজক পানী কৰি কৰি হস্তিনী ধৰিলো
ধৰাৰ পিছত মহলদাৰৰ মাননি লভিলো
সেয়ে, কইনাক দেখুৱামগৈ দিখৌ নৈৰ পাৰ।।

গৌৰীপুৰীয়া গাভৰু দেখিলো” Song Mp3 Video

Listen and Download Mp3 Song Of “গৌৰীপুৰীয়া গাভৰু দেখিলো

Categories

error: Content is protected !!