Fagun Lyrics. A beautiful Assamese Sad song recently released. Sung by Rupam Bhuyan. Lyrics of this song are written by Ripunjoy Bhuyan.

Fagun Song Info
Song- FAGUN Lyrics
Singer- Rupam Bhuyan
Composition& Lyrics- Ripunjoy Bhuyan
Mix & Mastered by – Bhupesh Saikia
Music Lebel: Dhwani Records
Listen & Assamese song Free Download
- Fagun Rupam Bhuyan 4:27
Fagun Lyrics Assamese Song
ফাগুন ফাগুন লাগিছে আজি মোৰ
তোলৈ পৰিছে মনত
প্ৰতি উশাহত তোৰেই স্পন্দন
সময় আজি হ’ল জঠৰ
পলাশৰ ৰঙে আহি কয় মনৰে বতৰ
চিলা হৈ আহি নিদিয় কিয়?
অচিনাকী দেশৰে খবৰ।
জীয়াই থকা মাথো তয়েই কাৰণ
মদাৰো ফুলিলে তোৰেই নামৰ
জীয়াই থকা মাথো তয়েই কাৰণ
মদাৰো ফুলিলে তোৰেই নামৰ
সপোনে আহি কৰে বাৰে বাৰে নিথৰ
আহিবিনে ফাগুনী পছোৱা হৈ
মিঠা গানৰে সুৰ এটি হৈ।
নিৰব চকুলোৱে তোলৈকে চাই
অতীতে আহি তোক চোন বুকু জুৰাই
নিৰব চকুলোৱে তোলৈকে চাই
অতীতে আহি তোক চোন বুকু জুৰাই
জীৱনৰ বাটত যদি আহি থমকি ৰও
হবিনে মোৰেই সাহসৰে থল
প্ৰতি পুৱা ৰেঙনি হৈ
ফাগুন ফাগুন লাগিছে আজি মোৰ
তোলৈ পৰিছে মনত
প্ৰতি উশাহত তোৰেই স্পন্দন
সময় আজি হ’ল জঠৰ
পলাশৰ ৰঙে আহি কয় মনৰে বতৰ
চিলা হৈ আহি নিদিয় কিয়?
অচিনাকী দেশৰে খবৰ।
Fagun New Assamese Video Song
Check Bhupen Hazarika’s Playlist
- Snehe Amar by Bhupen Hazarika
- Surat Magan Bhayal Rati by Bhupen Hazarika
- Sagar Sangamat by Bhupen Hazarika