এন্ধাৰে এন্ধাৰে Endhare Endhare a beautiful Assamese song by singer Zubeen Garg. From the album ৰ’দৰ চিঠি released in 2014. Directed by Baharul Islam. Featured by Zubeen Garg, Angaraag Mahanta, Bhagirathi, and Adil Hussain in the lead roles.

“Endhare Endhare” Song Lyrics
এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি আহি মোৰ বুকুত শুলে,
এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি আহি মোৰ বুকুত শুলে
তোমাৰ কথা ভাবিলে
আকাশত নিৰলে
তোমাৰ কথা ভাবিলে
আকাশত নিৰলে
এটি তৰা ফুল ফুলে
এটি তৰা ফুল ফুলে
এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি অহি মোৰ বুকুত শুলে।।
মোৰ বুকুত এজোপা গোলাপ,(কোনে ৰুলে)
তেজতে এটোপাতৰ ধালি,(হৃদয় কোনে চুলে)।।
তোমাৰ কথা ভাবিলে অকলে অকলে
তৰাই তৰাই কথা পাতে
গোলাপৰ পাহে পাহে
জোনাকিৰ জাপ জ্বলে
মোৰ তেজৰ কোহে কোহে।।
এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি অহি মোৰ বুকুত শুলে…।।
“Endhare Endhare” Song Video
Listen and Download Mp3 Song Of "এন্ধাৰে এন্ধাৰে"
- Wynk: http://bitly.ws/9MgL
- Gaana: http://bitly.ws/9MgN
- Jio Savan: http://bitly.ws/9MgM
- Youtube Music: http://bitly.ws/9MgQ
- Download Mp3: http://bitly.ws/9MgR