ENAJORI Lyrics – Tanbeer Mashooq [Assamese Song Lyrics]

Application Launched/Get It Now For Free

Song info/Credits:

  • Singer: Tanbeer Mashooq
  • Lyrics: Tanbeer Mashooq and Kallul Kashyap Mahanta
  • Compostion : Tony minuyal and Tanbeer
  • Music : Gourisnkr and NibirX
  • Guiter :Rizwan Shakir (kaka)
  • kajo:Tony Minuyal
  • Flute:Anjan Medhi
  • Mixed and mastered : NibirX

ENAJORI Lyrics - Tanbeer Mashooq

Enajori Lyrics in Assamese

মিঠা মিঠা বৰষুণে
সানিলেহি প্ৰেমৰে
অনুভুতি হিয়াতে
অনুৰনণ তোমাতেই
হেপাহতেৰ তুমি
আছা বিয়পি
নতুন যেন এই পৃথিৱী
দুচকুৰে তুমি
মোৰ জিৰণি
কাষতে ৰোৱাচোন আজি
এনাজৰী মৰমৰে
লাহে লাহে ৰ’লাহি হিয়াতে গোপনে
আ….
পোৱতিৰে ৰ’দলিতে তুমি আহা নিৰৱে
আ….
লাহে লাহে ৰ’লাহি হিয়াতে গোপনে
আ…..
পোৱতিৰে ৰ’দলিতে তুমি আহা নিৰৱে
তুমি নহ’লে উকা উকা লাগে
বিচাৰো তোমাক সদায় কাষৰতে
তুমি নহ’লে উকা উকা লাগে

বিচাৰো তোমাক সদায় কাষৰতে
সপোন তুমি মোৰ বুকুৰে
আছো ৰৈ আজি নিৰলে
হেপাহতৰ তুমি
আছা বিয়পি
নতুন যেন এই পৃথিৱী
দুচকুৰে তুমি
মোৰ জিৰণি
কাষতে ৰোৱাচোন আজি।
এনাজৰী মৰমৰে
লাহে লাহে ৰ’লাহি হিয়াতে গোপনে
আ….
পোৱতিৰে ৰ’দলিতে তুমি আহা নিৰৱে
আ….
লাহে লাহে ৰ’লাহি হিয়াতে গোপনে
আ…..
পোৱতিৰে ৰ’দলিতে তুমি আহা নিৰৱে

Official video:

Categories

error: Content is protected !!