Ekhoni Xoru Hridoy Lyrics-Rakesh Reeyan|Assamese song Lyrics

Application Launched/Get It Now For Free

Ekhoni Xoru Hridoy Lyrics. A beautiful Assamese song released recently Sung by Rakesh Reeyan & Jilmil Gogoi. Lyrics of this song are written by Vivan Sarma & Parag Kalita. Enjoy the new Assamese song lyrics..

ekhoni-xoru-hridoy-lyrics-rakesh-riyan

Audio Credits:
Song- Ekhoni Xoru Hridoy Lyrics
Singer- Rakesh Reeyan & Jilmil Gogoi
Lyrics- Vivan Sarma & Parag Kalita
Composition- Raj Kashyap & Deva Geetz
Music- Raj Kashyap
Mix & Master- Palash Gogoi

Listen & Assamese Mp3 song Download Free

  1. Ekhoni Xoru Hridoy Rakesh Riyan 4:04

👇Click Here to Download Mp3👇

Ekhoni Xoru Hridoy Lyrics Assamese Song

এখনি সৰু হ্ৰিদয় সৰু মন
সাচি ৰাখো তোমালে
সোন মোৰো জানা তোমালে মন
ভাবি থৈছো দুৰলে

মোৰ মনে জানা কব খোজে
তুমাৰেই কোথা ৰাতি সপোনতে
আহি কিয় আমনি ক’ৰা
মনে মনে তুমি আহি হিয়াতে ৰ’লা
তুমি মৰমৰে সাবতি লোি সুমা যাচিবা।
এখনি সৰু হ্ৰিদয় সৰু মন
সাচি ৰাখিছো তোমালে

পুৱাতি নিশাতে যাবানো পথাৰলে
নাঙলটি লৈ কান্ধতে
বাৰি বন সামৰি তোমাৰেনো কাষলে
যাম চাহ এটুপি দিবলে
অ তোমাৰে নামত ৰচিছো
জানা কত’নো কবিতা
তুমি মোৰ জীৱনৰ পোপিয়া ত’ৰা
তুমাৰে নাম লিখিছো জানা
হ্ৰিদয়তে সঁচা
তুমিয়ে মোৰ জীৱনৰ আশা ভৰসা

হ্ৰিদয়ৰে মাজত মোৰেনো কাশত
থাকিবা দেই বুকুৰে মাজত
তৰাৰে লগত জুনৰে কাষত
জিলিকিবা মন আকাশত
আ লিহিৰি আঙুলি হৰিণী নয়নী
নাযাবা দেই মোক পাহৰি
হ্ৰিদয়ৰ বাগিছাত বিছাৰি ফুৰিছো
ফুল হৈ ফুলিবা তুমি

মোৰ মনে জানা ক’ব খোজে
তুমাৰেই কথা ৰাতি সপোনতে
আহি কিয় আমনি কৰা
মনে মনে তুমি আহি হিয়াতে ৰ’লা
তুমি মৰমৰে সাবতি লৈ চুমা যাচিবা
এখনি সৰু হ্ৰিদয় সৰু মন
সাচি ৰাখো তোমালে

Ekhoni Xoru Hridoy New Assamese Video Song

Also Check

Categories

error: Content is protected !!