Ekajolee Lyrics in Assamese- Zubeen garg, Tripti

Application Launched/Get It Now For Free

Ekajolee Lyrics. A beautiful Assamese song by Zubeen Garg ft. Tripti. Lyrics of this song are written by Dasarath Dev. Enjoy the lyrics of this new Assamese song..

Ekajolee Lyrics in Assamese- Zubeen garg, Tripti

Audio Credits:
Song- Ekajolee Lyrics
Singer- Zubeen Garg ft. Tripti
Lyrics- Dasarath Dev
Music : Siddhartha paploo@Studio Plugins

Listen & Assamese song Free Download

  1. Ekajolee Zubeen garg ft. Tripti 5.50

👇Click Here to Download Mp3👇

Ekajolee Lyrics Assamese Song

একাজলি ৰ’দ তোমাৰে কপালত
জিলিকাব মন মোৰ মন বৰ মন
অনুভবী পল তোমাৰে কাষত
সজাবলৈ মন মোৰ মন বৰ মন।

দুখনি হিয়া একেটি হেপাহ
আবেগে গৰা উকা একেই উশাহ
এচাটি বতাহ ভাল পোৱা
দুৰ কি মনৰ ইপাৰ সিপাৰ

আকাশৰে নীলা মূখ সাক্ষী হৈয়ে ৰ’ব
তোমাৰ মোৰ কথাবোৰ সিৰে সিৰে ব’ব
তোমাৰ সহাৰিতে জিবনে হাহিব
জীয়াৰে বাকৰিতে মধু জোন নামিবো

সুমধুৰ সময়ে মাতিছে ৰিঙিয়াই
বহুদুৰ বিয়পি সুবসী ৰঙ গলাই
উতলা ভাবনা কি জে ধৌ তুলি যায়
মনে মোৰ কবলৈ ডেউকা কোবাই

একাজলি ৰ’দ তোমাৰে কপালত
জিলিকাব মন মোৰ মন বৰ মন

কলিজাৰ অনুভৱে পালেহি ঠিকনা
তোমাৰে দুবাহুতে অনুৰাগি সীমনা
তোমাকে লৈ বাঢ়িছে সৰগি বাসনা
মৰমতে ভটিয়াই, সজোৱাই মোহনা

জোনাকি আবেগে সকলো পাহৰাই
হ্ৰিদয়ে চেকুৰি তোমাতেই জিৰাই
দুচকুত জিলিকা আশাবোৰ দেখিছা
লোৱাহি দুবাহুত জীৱন জিলিকা

একাজলি ৰ’দ তোমাৰে কপালত
জিলিকাব মন মোৰ মন বৰ মন

Ekajolee New Assamese Video Song

Listen and Assamese Song Mp3 Free Download Of

Also Check

Ongkita Lyrics- Shankuraj Konwar

Categories

error: Content is protected !!