Edhani Kolijat Lyrics in Assamese-Song By Priyanka Bharali

Application Launched/Get It Now For Free

The famous playback singer Priyanka Bharali is back with her another famous and romantic song  Edhani Kolijat, Released in 2020. Her previous song Heavy handsome has gained a lot of popularity and able to win 2.7 million hearts.

Edhani Kolijat Lyrics in Assamese

এধানী কলিজাত” Song Info

➤ Singer: Priyanka Bharali
Lyrics: Ramen Danah
Music: Palash Gogoi

Edhani Kolijat” Song Lyrics

এধানী কলিজাত

মৰম লিখিছোয়ে কঁপাই

চকুৱে চকুৱে

কিনো চুপতি মাৰিছো ঘনাই

এসোপা ভাৱনাই

ৰাতি শুবলে দিয়া নাই

মনে মনে তই

মোৰে বুকুতে দিলি খুটিয়াই

মিচিক মাচাক হাঁহিছোঁ

চুচুক চামাক কৰিছো

খুপি খুপি  মনেৰে মাজত

লৈ জা লৈ জা

লৈ জা মোক তোৰেনো লগত

লৈ জা লৈ জা

লৈ জা মোক তোৰেনো লগত

এধানী কলিজাত

মৰম লিখিছোয়ে কঁপাই

চকুৱে চকুৱে

কিনো চুপতি মাৰিছো ঘনাই

ইকান সিকান

বাগৰিছে তোৰে মোৰে কথা

ফাল দু ফাল নকৰিবি

মন কাজিৰঙা

ইকান সিকান

বাগৰিছে তোৰে মোৰে কথা

ফাল দু ফাল নকৰিবি

মন কাজিৰঙা

মিচিক মাচাক হাঁহিছোঁ

চুচুক চামাক কৰিছো

খুপি খুপি  মনেৰে মাজত

লৈ জা লৈ জা

লৈ জা মোক তোৰেনো লগত

লৈ জা লৈ জা

লৈ জা মোক তোৰেনো লগত

এধানী কলিজাত

মৰম লিখিছোয়ে কঁপাই

চকুৱে চকুৱে

কিনো চুপতি মাৰিছো ঘনাই

হিচাপ নিকাচ জীৱনৰে

যেন তোৰে লগত

পঢ়িছোঁ তোৰে নাম প্ৰেমৰে

কুঁহি পাতত

হিচাপ নিকাচ জীৱনৰে

যেন তোৰে লগত

পঢ়িছোঁ তোৰে নাম প্ৰেমৰে

কুঁহি পাতত

মিচিক মাচাক হাঁহিছোঁ

চুচুক চামাক কৰিছো

খুপি খুপি  মনেৰে মাজত

লৈ জা লৈ জা

লৈ জা মোক তোৰেনো লগত

লৈ জা লৈ জা

লৈ জা মোক তোৰেনো লগত

এধানী কলিজাত” Song Video

Listen and Download Mp3 Song Of 👇এধানী কলিজাত👇

Categories

error: Content is protected !!