দুপৰৰে ৰ’দালি Duporore Rodali a beautiful Assamese sad song by Angaraag Mahanta(PAPON).
“Duporore Rodali” Song Lyrics
দুপৰৰে ৰ‘দালি তোমাৰ চুলিতে সৰি
কঁপালে জানা মোৰ হিয়া..
অৰুণে পুৱাতে আহি কপালি তলতেনো
নিতে দিয়ে ফুট ৰঙা ।
গধূলি হ’বলৈ দিয়া, জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক ডুবিব দিয়া ।
দুপৰৰে ৰ’দালি তোমাৰ চুলিতে সৰি
কঁপালে জানা মোৰ হিয়া..
অৰুণে পুৱাতে আহি কপালি তলতেনো
নিতে দিয়ে ফুট ৰঙা ।
গধূলি হ‘বলৈ দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক ডুবিব দিয়া ।।
সপোনজাকে তোমাক পোৱাৰ
আশাৰে দুহাত মেলে,
কাজল বাখৰ তোমাৰ চকুত
মায়াবোৰে আবিৰ সানে ।
নিশাহবোৰ আপোন বাটতে
তুমি যেন উশাহৰে নৈ..
গধূলি হ’বলৈ দিয়া, জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক ডুবিব দিয়া ।
দুপৰৰে ৰ’দালি তোমাৰ চুলিতে সৰি
কঁপালে জানা মোৰ হিয়া..
অৰুণে পুৱাতে আহি কপালি তলতেনো
নিতে দিয়ে ফুট ৰঙা ।।
শীতল চেঁচা পলকবোৰে, ঠনবোৰ জীপাল কৰে
দুখৰ দুখৰ মৰমবোৰে, নিশাটো পোহৰ কৰে ।
তোমাৰ চেনেহৰ চাদৰৰে, দি আশা জিৰৰেনো চৈ
গধূলি হ’বলৈ দিয়, জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক ডুবিব দিয়া ।
দুপৰৰে ৰ’দালি তোমাৰ চুলিতে সৰি
কঁপালে জানা মোৰ হিয়া..
অৰুণে পুৱাতে আহি কপালি তলতেনো
নিতে দিয়ে ফুট ৰঙা…..।।
“Duporore Rodali” Song Video
Listen Mp3 Song Of “দুপৰৰে ৰ’দালি“
- Youtube Music: http://bitly.ws/9MFh