Dolisa Lyrics in Assamese-Song By Deeplina Deka

Application Launched/Get It Now For Free

Dolisa (দলিচা) A beautiful Assamese song By Deeplina Deka, released in 2020. From the album Sonaru(2020). Below are the Lyrics of the Song.

Dolisa Lyrics in Assamese

“দলিচা” Song Info

➤ Singer: Deeplina Deka
Lyrics: Chinmoy Kaushik & Joy Nirban
Music: Palash Gogoi & Diganta Bordoloi
➤ Album: Sonaru

Dolisa” Song Lyrics

ৰাখিবলে তোমাক নালাগে এখন ঘৰ

মোৰ বুকুতে ৰাখিম ওৰেটো জীৱন ভৰ

তুমি দিবা মৰম সেই মৰমে

মোক ৰাখিব যেন জীয়াই নালাগিব ভোক

টোপনী তোমাৰ নাহিলে

তোমাক ওচৰ চপাই আনিম মোৰ

শুৱাম তোমাক বুকুতে লৈ

শুনাম নিজান ৰাতিৰ সুৰ

দলিচা পাৰিছো মনত আহিবা

মনতে থাকিবা তুমি থাকিলে মৰমবোৰ

হৃদয়ো থাকিব হৃদয়ত থাকিবা তুমি

ধুমূহাও আহিব এন্ধাৰ এন্ধাৰ কৰি

থাকিম তোমাৰ তে তোমাৰ হাতে ধৰি

মৰমে বান্ধিব মৰম এনাজৰী

মোৰ নামৰ জীৱন তোমাৰ নামৰ কৰি

টোপনী তোমাৰ নাহিলে

তোমাক ওচৰ চপাই আনিম মোৰ

শুৱাম তোমাক বুকুতে লৈ

শুনাম নিজান ৰাতিৰ সুৰ

” দলিচা ” Song Video

https://www.youtube.com/watch?v=HMFXRTMBLBw

Listen and Download Mp3 Song Of 👇দলিচা 👇

Categories

error: Content is protected !!