Dolisa (দলিচা) A beautiful Assamese song By Deeplina Deka, released in 2020. From the album Sonaru(2020). Below are the Lyrics of the Song.
“দলিচা” Song Info
➤ Singer: Deeplina Deka |
➤ Lyrics: Chinmoy Kaushik & Joy Nirban |
➤ Music: Palash Gogoi & Diganta Bordoloi |
➤ Album: Sonaru |
“Dolisa” Song Lyrics
ৰাখিবলে তোমাক নালাগে এখন ঘৰ
মোৰ বুকুতে ৰাখিম ওৰেটো জীৱন ভৰ
তুমি দিবা মৰম সেই মৰমে
মোক ৰাখিব যেন জীয়াই নালাগিব ভোক
টোপনী তোমাৰ নাহিলে
তোমাক ওচৰ চপাই আনিম মোৰ
শুৱাম তোমাক বুকুতে লৈ
শুনাম নিজান ৰাতিৰ সুৰ
দলিচা পাৰিছো মনত আহিবা
মনতে থাকিবা তুমি থাকিলে মৰমবোৰ
হৃদয়ো থাকিব হৃদয়ত থাকিবা তুমি
ধুমূহাও আহিব এন্ধাৰ এন্ধাৰ কৰি
থাকিম তোমাৰ স’তে তোমাৰ হাতে ধৰি
মৰমে বান্ধিব মৰম এনাজৰী
মোৰ নামৰ জীৱন তোমাৰ নামৰ কৰি
টোপনী তোমাৰ নাহিলে
তোমাক ওচৰ চপাই আনিম মোৰ
শুৱাম তোমাক বুকুতে লৈ
শুনাম নিজান ৰাতিৰ সুৰ
” দলিচা ” Song Video
Listen and Download Mp3 Song Of 👇দলিচা 👇
- Wynk: http://bitly.ws/aH4M
- Spotify: http://bitly.ws/aH4I
- Gaana: http://bitly.ws/aH4K
- Jio Savan: http://bitly.ws/aH4H
- Youtube Music: http://bitly.ws/aH4J
- Direct Download Mp3: http://bitly.ws/aH4N