Dhikkar Ei Jibon Lyrics in Asssamese- Song by Papon

Application Launched/Get It Now For Free

Dhikkar Ei Jibon Assamese song lyrics. A new Assamese song from the film Goru sung by Angaraag Papon Mahanta (Papon). Starring Baharul Islam, Pakiza Begam, Pranjal Saikia, Sidhartha Mukherjee, Arun Nath, Chandan Das, Kamal Lochan, Lonishri Das, Ashimkrishna Baruah, and Pranami Bora.The lyrics are written by Himanshu Prasad Das director of the film. Enjoy the Assamese song lyrics.

Dhikkar Ei Jibon Lyrics in Asssamese

Dhikkar Ei Jibon Song Info
Singer: Angaraag Papon Mahanta (Papon)
Lyrics: Himanshu Prasad Das
Music: Palash Surya Gogoi
Music Label: Dhwani Records

Dhikkar Ei Jibon Assamese Song Lyrics

টিক টক টিক টক
বাজিছে ঘড়ী
নিষ্টুৰ সময়ৰ কিমান যে দাবি
টিক টক টিক টক
বাজিছে ঘড়ী
নিষ্টুৰ সময়ৰ কিমান যে দাবি
মন যায় কিবা
কৰি আছু কিবা
মন যায় কিবা
কৰি আছু কিবা
গুন্ধা গোন্ধৰ পাৰফিউম মাৰি…
ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন
ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন

ঠেলা-হেচাঁ ব্য়স্ততা
এমবিশ্বন হায়
দৌৰিছো দিনে-ৰাতি
টুপনি নাই
ঠেলা-হেচাঁ ব্য়স্ততা
এমবিশ্বন হায়
দৌৰিছো দিনে-ৰাতি
টুপনি নাই
বিজ্ঞাপনৰ ৰঙীন চহৰ
মাণি বেগ আছে
পিছে মাণি হে নাই…
ধেৎ ধেৎ ধেৎ ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন
ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন

মদ খাই বমি কৰো
ফাষ্ট্ৰেশ্বন
হলচেল নেটত ডিপ্ৰেশ্বন
ব্ৰেনডেট চাৰ্ট ফুটা গেজ্ঞি
ব্ৰেনডেট চাৰ্ট ফুটা গেজ্ঞি
ডেকা দাৰ দোকানত
বাঢ়ি যায় বাকী…
ধেৎ চাল্লা..ধিক্কাৰ এই জীৱন
ধেৎ চাল্লা..ধিক্কাৰ এই জীৱন

এক্সাম হলত লিখিছিলো কি
এম ইন লাইভ
পাহৰিলো আজি
এক্সাম হলত লিখিছিলো কি
এম ইন লাইভ বেলেগ আজি
অফিচৰ কাম আৰু ট্ৰেফিক জাম
অফিচৰ কাম আৰু ট্ৰেফিক জাম
নিজৰ বাবে দেখো সময় নাই
ধেৎ ধেৎ ধেৎ ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন
ধেৎ চাল্লা
ধিক্কাৰ এই জীৱন ।।

ধিক্কাৰ এই জীৱন Song Video

Listen and Assamese Song Mp3 Free Download Of ধিক্কাৰ এই জীৱন

Also Check

More Songs Of Papon

Assamese Song Bhupen Hazarika

Categories

error: Content is protected !!