DEUTA Shankuraj Konwar Lyrics in Assamese| Asasmese song Lyrics

Application Launched/Get It Now For Free

deuta-shankuraj-konwar-lyrics

DEUTA Shankuraj Konwar Lyrics in Assamese. A very beautiful and soulful Assamese song by Shankuraj Konwar. Remembering the Father. Lyrics of this song are written by Maitrayee Patar and composed by Shankuraj Konwar. Hope you will like the new Assaemse song lyrics.

Audio Credits :
Song : Deuta Lyrics
Lyrics: Maitrayee Patar
Composition and Vocals: Shankuraj Konwar
Music production: Shankuraj Konwar, Mriganka Bhattacharya, Anirban Das
Mix: Pragyan Gogoi

DEUTA Shankuraj Konwar Lyrics

সৰু সৰু পল এটি ভাখৰ
টুকুৰা টুকুৰ গভীৰ সাথৰ
শিলে শিলে কি কথানো কয়
আঘাতৰে স্মৃতি ও তাকৰ
জাকে জাক লৰিয়লিৰ গান
সোনোৱালী পথাৰৰে ধান
উৰুৱা বতাহ ছাতিৰ কোলাত
নিচুকনি হৈ সৰি পৰা

মুকুতা দেখিছানে দেউতা
সৰি হাহাকাৰ কৰা
হেপাহ অনিবাৰ কৰা
শিহৰণে কাৰ নিহাৰ কপায়
কিবা কাহিনী আছে লুকাই
পদুলি মুখৰ প্ৰতিশ্ৰুতি
নিচুকনি হৈ সৰি পৰা
মুকুতা দেখিছানে দেউতা
সৰি হাহাকাৰ কৰা
হেপাহ অনিবাৰ কৰা

অ অ অ মুকুতা
আছেনে মনত দেউতা
সৰি হাহাকাৰ কৰা
হেপাহ অনিবাৰ কৰা

অ আকাশ উভতাবি নে সময়
উভতাবি নে আবৰি মোৰ
হেপাহত নি জগত পৰশ
অ আকাশ উভতাবি নে সময়
উভতাবি নে আবৰি মোৰ
হেপাহত নি জগত পৰশ

অ আকাশ উভতাবি নে সময়
উভতাবি নে আবৰি মোৰ
হেপাহত নি জগত পৰশ

Deuta Assamese Video Song/Youtube

https://www.youtube.com/watch?v=SD5hh007maI

Assamese song of Papon

Categories

error: Content is protected !!