চিত্ৰলেখা চিত্ৰলেখা Chitralekha Chitralekha Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.

“Chitralekha Chitralekha” Song Lyrics
চিত্ৰলেখা চিত্ৰলেখা
চিত্ৰ এখন আঁকানা
চিত্ৰপটত চিন্তাশীল এক
চিন্তানায়ক আঁকানা।
জনজীৱনৰে,ৰং শুকুলা
মন জীৱনৰে,গভীৰ নীলা
পাত্ৰ দুটি সজাই লোৱা
দুয়োটি ৰং মিলাই লোৱা
তুলিকা তুলি লোৱানা
চিত্ৰলেখা চিত্ৰলেখা
চিত্ৰ এখন আঁকানা
চিত্ৰপটত চিন্তাশীল
এক চিন্তানায়ক আঁকানা ।
এটি দুটি ৰেখাৰে,সাৱধানতাৰে
নয়ন আঁকা দূ্ৰদৰ্শী,অনাগত দিনৰ
অভিনব পুৱা,সীমা অসীমৰ
সীমা বুজি পোৱা,বক্ষ এখন আঁকি দিয়া
লক্ষজনে লক্ষ্য পোৱা
তুলিকা তুলি লোৱানা।।
“চিত্ৰলেখা চিত্ৰলেখা” Song Mp3 Video
Listen and Download Mp3 Song Of “চিত্ৰলেখা চিত্ৰলেখা“
- Wynk: http://bitly.ws/9ETq
- Gaana: http://bitly.ws/9ETr
- Jio Savan : http://bitly.ws/9ETt
- Download Mp3: http://bitly.ws/9ETu