বুকু হম Buku Hom Hom Kore Lyrics in Assamese-Song By Dr. Bhupen Hazarika

Application Launched/Get It Now For Free

বুকু হম হম Buku Hom Hom Kore Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.

Buku Hom Hom Kore

Buku Hom Hom Kore” Song Lyrics

বুকু হম হম কৰে,মোৰ আই
কোনে নিদ্রা হৰে,মোৰ আই
পুত্র হৈ মই কি মতে তৰো?
আই, তোৰে হৈ মই মৰো।
দেশৰে চন্দ্রমা,
কাল এন্ধাৰে আৱৰে
অগনিকালিকা,
দেহ ৰন্ধ্রে ৰন্ধ্রে চৰে ।
বজ্রসম দৃঢ় আই,চৌপাশৰে গড়
চৌপাশৰে গড় ভেদিম
কিঞ্চিতো নাই পৰ ৷
যাচিম সান্ত্বনা
আই মুক্তি প্রভাতেৰে
থাপিম থাপনা
আই শোণিত তিয়াগেৰে।।

বুকু হম হম কৰে” Mp3 Song Video

Listen and Download Mp3 Song Of “বুকু হম হম কৰে

Categories

error: Content is protected !!