Boroxun Lyrics By Achurjya Borpatra [Assamese Song Lyrics]

Application Launched/Get It Now For Free

Boroxun Song Details
Singer : Achurjya Borpatra
Music Producer : Pranoy Dutta
Lyrics : Achurjya Borpatra
Mix & Mastering : Diganta Bordoloi
Backing Vocals : Ritrisha Sarmah
Label : AB Production
Boroxun Lyrics By Achurjya Borpatra

Boroxun Lyrics In Assamese 

আজি এই বৰষুণে কথা পাতে কি

আজি এই বৰষুণে ছবি আঁকে কি

কি নূপুৰ বাজে ৰুন জুন

কি কথা পাতে গুন-গুন

কি নূপুৰ বাজে ৰুনজুন

কি কথা পাতে গুন-গুন

মেঘে মেঘে ৰদালিৰ নাচোন

সেমেকা ছবিবোৰো হ’ল ৰঙীণ ৰঙীণ

আজি এই বৰষুণে কথা পাতে কি

আজি এই বৰষুণে ছবি আঁকে কি

অচিনাকি লগা সপোনো

আজি চোন কাষতে চিনাকি

পোৱা নোপোৱা বহুতো

আজি চোন হঠাতেই কাহিনী

টোপাল টোপাল মৰমেৰে

ঘৰ সাজিব দিয়া

আপোন আপোন লাগি থকা

প্ৰতিটো উশাহতে

নতুন নতুন হেঁপাহ বোৰৰ

কিনো আকুলতা

আজি এই বৰষুণে কথা পাতে কি

আজি এই বৰষুণে ছবি আঁকে কি

কি নূপুৰ বাজে ৰুন জুন

কি কথা পাতে গুন-গুন

কি নূপুৰ বাজে ৰুনজুন

কি কথা পাতে গুন-গুন

মেঘে মেঘে ৰদালিৰ নাচন

সেমেকা ছবিবোৰো হ’ল ৰঙীণ ৰঙীণ

আজি এই বৰষুণে কথা পাতে কি

আজি এই বৰষুণে ছবি আঁকে কি

 Music Video Of  Boroxun 

Categories

error: Content is protected !!