BOROXA Lyrics in Assamese Bhaskar Opswel ft. Bhargabi Goswami |Asamese Song Lyrics

Application Launched/Get It Now For Free

BOROXA Lyrics in Assamese Bhaskar Opswel ft. Bhargabi Goswami

BOROXA Lyrics in Assamese. A beautiful New Assamese Song Released Recently. Vocal Collaboration by Bhaskar Opswel ft. Bhargabi Goswami. The lyrics of this song are written by Himangshu Talukdar. Check out the Assamese song lyrics in Assamese below…

Song Info
Song: BOROXA Lyrics
Singer : Bhaskar Opswel ft. Bhargabi Goswami
Lyrics : Himangshu Talukdar
Music : Bhaskar Opswel

Listen & Assamese Mp3 song Download Free

  1. BOROXA Bhaskar Opswel ft. Bhargabi Goswami 4:56

Click Here to Download Mp3

BOROXA Lyrics Assamese Song

অভিমানি বৰষুণে চকুৰ পতাত সিচি দিলে
জিয়া জিয়া মৰমৰে তোমাকে তোমাকে
উজাগৰি ৰাতিৰ এন্ধাৰে
ক’ব খোজে বৰষা বুকুতে

নামি অহা বুকুলে মোৰ সপোন
প্ৰতি টোপালত তুমিয়েই তুমিছোন
সাছি ৰাখা প্ৰনয়ৰ দাপোন
তুমি মোৰ হৃদয়ৰ আপোন

আচলৰ ভাজে ভাজে
টোপালৰ প্ৰতি ৰাগে
মিঠা মিঠা দুচকুত
হেপাহো তোমালে

প্ৰতিপল ভাবনাতে
সমিৰৰ ঠিকনাতে
আজুৰি আনিম তোমাক
প্ৰতি বৰষাতে

আচলৰ ভাজে ভাজে
টোপালৰ প্ৰতি ৰাগে
মিঠা মিঠা দুচকুত
হেপাহো তোমালে

প্ৰতিপল ভাবনাতে
সমিৰৰ ঠিকনাতে
আজুৰি আনিম তোমাক
প্ৰতি বৰষাতে

মোৰ আবেলিৰ আশা তুমি
মোৰ প্ৰতিটো ভাষা তুমি
অভিমানি বৰষুণে চকুৰ পতাত সিচি দিলে
জিয়া জিয়া মৰমৰে তোমাকে তোমাকে

উজাগৰি ৰাতিৰ এন্ধাৰে
ক’ব খোজে বৰষা বুকুতে

BOROXA New Assamese Video Song

Check Latest Posts

Sila Asamese song Downalod

Hoine Ko Assamese song Download

Papon All Assamese song download

Categories

error: Content is protected !!