Bhobai Nasilu Lyrics Assamese By Zubeen Garg & Deeplina

Application Launched/Get It Now For Free

ভবাই নাছিলো Bhobai Nasilu A very sweet romantic Assamese song By Zubeen Garg and Deeplina Deka. Featuring Chandan Das & Deeplina Deka. Released in 2020.

Bhobai Nasilu
Source: Youtube

“ভবাই নাছিলো” Song Info
Singer: Zubeen Garg & Deeplina Deka
Lyrics: Rahul Dey Das
Music: Anupam Konwar & Prabin Borah
Director: Deeplina Deka

Listen & Assamese song Free Download

  1. Bhobai Nasilu Zubeen Garg & Deeplina 4:18

Download Here

“Bhobai Nasilu” Song Lyrics

ভবাই নাছিলো মোৰ দৰে

তোমাৰ বুকুৰ সপোন বোৰো যে সাৰে থাকে

জনাই নাছিলো মোৰ বাবে

তোমাৰ হিয়াত প্ৰীতিৰ ঢৌ বোৰেও খেলি থাকে

ভবাই নাছিলো মোৰ দৰে

জনাই নাছিলো মোৰ বাবে

তোমাক নিমাত জোনাক বোৰেও  খেদি ফুৰে

লিখি লিখি থোৱা অলেখ কবিতাৰ

শব্দ তোমাৰ 

আবেগৰে ……….

ভবাই নাছিলো মোৰ বাবে

তোমাৰ বুকুৰ সপোন বোৰো যে সাৰে থাকে

….Music ….

তুমি চুলে সোন মায়া জাগি উঠে

তুমি প্রজাপতি ৰদে জানে

তুমি চালে চুন, জোন তৰা বোৰে 

পোহৰ সামৰে

আঁউসীতে……

শেষ ওশাহেও  লব তোমাতে জিৰনি

তুমি যে মোৰ 

মোৰ মন তোমাতেই শেৱালি

মোৰ প্ৰান তোমাতেই আজৰি।

মোৰ মন তোমাতেই অভিমানি

মোৰ প্ৰান তোমাতেই শান্তি।

ভবাই নাছিলো মোৰ দৰে

তোমাৰ বুকুৰ সপোন বোৰো যে সাৰে থাকে

জনাই নাছিলো মোৰ বাবে

তোমাৰ হিয়াত প্ৰীতিৰ ঢৌ বোৰেও খেলি থাকে……

“Bhobai Nasilu” Song Video

Categories

error: Content is protected !!