Bhalpabo Khuju Akou Ebar Lyrics. A beautiful Assamese Love song by Prabin Borah, released in 2021. Lyrics of this song are written by Paplu Chetia and composed by Prabin Borah. Enjoy the Assamese song lyrics.

Bhalpabo Khuju Akou Ebar Song Info
Song : Bhalpabo Khuju Akou Ebar Lyrics
Snger : Prabin Borah
Composition: Prabin Borah
Lyrics : Paplu Chetia
Music : Mridu Pawan(Rick)
Music Lebel: Dwhani Records
Listen And Download:
- Bhalpabo Khuju Akou Ebar Prabin Borah 4:39
Bhalpabo Khuju Akou Ebar Lyrics Assamese Song
এতিয়া যে তুমি দূৰ
ধোৱাতে গলিছে মোৰ
হ্ৰিদয়ৰঙী ফাগুন
নিচুকাই নিজকে নিজে
আঁকিছো সপোন
তুমি যে মোৰ অপোন
তোমাতেই হেৰাও মই ধাৰাসাৰ
তোমাকেই বিছাৰো প্ৰতিবাৰ
ভাল পাব খোজো
ভাল পাব খোজো আকৌ এবাৰ
ভাল পাব খোজো আকৌ এবাৰ।
তুমি আতৰি যোৱাৰ
খবৰ শুনি
সৰাপাত সেমেকি ওঠে
তুমি ওচুপি থকাৰ ওমান বুজি
গীতাৰত আঙুলি কঁপে
তুমি আতৰি যোৱাৰ
খবৰ শুনি
সৰাপাত সেমেকি ওঠে
তুমি ওচুপি থকাৰ ওমান বুজি
গীতাৰত আঙুলি কঁপে
পুৱাতি হৈছিল তোমাৰে মাতত
এতিয়া দিনবোৰ ৰাতিৰ সুৰত
এতিয়া যে তুমি দূৰ
ধোৱাতে গলিছে মোৰ
হ্ৰিদয়ৰঙী ফাগুন
নিচুকাই নিজকে নিজে
আঁকিছো সপোন
তুমি যে মোৰ অপোন
তোমাতেই হেৰাও মই ধাৰাসাৰ
তোমাকেই বিছাৰো প্ৰতিবাৰ
ভাল পাব খোজো
ভাল পাব খোজো আকৌ এবাৰ
ভাল পাব খোজো আকৌ এবাৰ।
Bhalpabo Khuju Akou Ebar Lyrics New Assamese Video Song
Also Check