Bhalpabo Khuju Akou Ebar Lyrics- Song by Prabin Borah

Application Launched/Get It Now For Free

Bhalpabo Khuju Akou Ebar Lyrics. A beautiful Assamese Love song by Prabin Borah, released in 2021. Lyrics of this song are written by Paplu Chetia and composed by Prabin Borah. Enjoy the Assamese song lyrics.

bhalpabo-khuju-akou-ebar-lyrics-prabin-borah

Bhalpabo Khuju Akou Ebar Song Info

Song : Bhalpabo Khuju Akou Ebar Lyrics
Snger : Prabin Borah
Composition: Prabin Borah
Lyrics : Paplu Chetia
Music : Mridu Pawan(Rick)
Music Lebel: Dwhani Records

Listen And Download:

  1. Bhalpabo Khuju Akou Ebar Prabin Borah 4:39

Download Here

Bhalpabo Khuju Akou Ebar Lyrics Assamese Song

এতিয়া যে তুমি দূৰ

ধোৱাতে গলিছে মোৰ

হ্ৰিদয়ৰঙী ফাগুন

নিচুকাই নিজকে নিজে

আঁকিছো সপোন

তুমি যে মোৰ অপোন

তোমাতেই হেৰাও মই ধাৰাসাৰ

তোমাকেই বিছাৰো প্ৰতিবাৰ

ভাল পাব খোজো

ভাল পাব খোজো আকৌ এবাৰ

ভাল পাব খোজো আকৌ এবাৰ।

তুমি আতৰি যোৱাৰ

খবৰ শুনি

সৰাপাত সেমেকি ওঠে

তুমি ওচুপি থকাৰ ওমান বুজি

গীতাৰত আঙুলি কঁপে

তুমি আতৰি যোৱাৰ

খবৰ শুনি

সৰাপাত সেমেকি ওঠে

তুমি ওচুপি থকাৰ ওমান বুজি

গীতাৰত আঙুলি কঁপে

পুৱাতি হৈছিল তোমাৰে মাতত

এতিয়া দিনবোৰ ৰাতিৰ সুৰত

এতিয়া যে তুমি দূৰ

ধোৱাতে গলিছে মোৰ

হ্ৰিদয়ৰঙী ফাগুন

নিচুকাই নিজকে নিজে

আঁকিছো সপোন

তুমি যে মোৰ অপোন

তোমাতেই হেৰাও মই ধাৰাসাৰ

তোমাকেই বিছাৰো প্ৰতিবাৰ

ভাল পাব খোজো

ভাল পাব খোজো আকৌ এবাৰ

ভাল পাব খোজো আকৌ এবাৰ।

Bhalpabo Khuju Akou Ebar Lyrics New Assamese Video Song

Also Check

Categories

error: Content is protected !!