বেলি পৰিলে বৰনীয়া পোহৰত Beli Porile a beautiful Assamese song by Angaraag Mahanta(PAPON). From the album ধুলিৰ আকাশ.
“Beli Porile ” Song Lyrics
বেলি পৰিলে বৰনীয়া পোহৰত
আকলোৱা মন তুলিকাৰে আঁকিলোঁ
এখনি ছবি জুৰনীয়া..
বেলি পৰিলে বৰনীয়া পোহৰত
আকলোৱা মন তুলিকাৰে আঁকিলোঁ
এখনি ছবি জুৰনীয়া।।
পাহাৰিৰ জুৰিটি আহিছে নামি
কাষতে কহুৱা বনে, বাট দি যায়
মন জুৰায়, সাতো ৰঙে ৰঙ আকাশত
বেলি পৰিলে বৰনীয়া পোহৰত
আকলোৱা মন তুলিকাৰে আঁকিলোঁ
এখনি ছবি জুৰনীয়া,
বাহ লগা ধাননি হালে-জালে
কাচি জোনৰ..পোহৰতে.. ভাল লাগে
মেঘৰে ফুল..মোহনীয়া এই ছবি
বেলি পৰিলে বৰনীয়া পোহৰত,
আকলোৱা মন তুলিকাৰে আঁকিলোঁ
এখনি ছবি জুৰনীয়া..।।
“বেলি পৰিলে” Song Video
Listen and Download Mp3 Song Of “বেলি পৰিলে“
- Youtube Music: http://bitly.ws/9MI2
- Download Mp3: http://bitly.ws/9MHX