Basi Basi Tumake Basim Lyrics in Assamese-Song By Deepshikha Bora

Application Launched/Get It Now For Free

Basi Basi Tumake Basim (বাচি বাচি তোমাকে বাচিম) A beautiful Assamese song by Deepshikha Bora and Joy Nirvan.Released in 2020.

Basi Basi Tumake Basim” Song Info

Basi basi tumake basim lyrics in assamese
➤ Singer: Deepshikha Bora and Joy Nirvan 
➤ Lyrics: Chinmoy Kaushik and Joy Nirvan 
Music: Rex Boro 

“Basi Basi Tumake Basim” Song Lyrics

ধৰো নধৰো কৈ তোমাৰ হাতত ধৰিম

তুমি নপৰিলেও তোমাৰ প্ৰেমত পৰিম

নাচাবা দেই আনলৈ জ্বলি পুৰি মৰিম

বও নোৱাৰো কোৱা কিনো কৰিম

বাচি বাচি তোমাকে বাচিম

হাঁচতিতে যতনাই সাঁচিম

কপালতে চুমাতো আঁকি

তোমাক সাজিম কাচিম

বুজি পাবা খুলিও কও

খুজি খুজি মৰমো লও

তুমি মৰম দি থাকিবা

মই আনৰ হও

লিৰিকি বিদাৰি পালো যে বিচাৰি

তোমাৰ মান কোনোৱেই 

তোমাৰ মান কোনোৱেই নাই

চালিলো জাৰিলো বুজিব যে পাৰিলো

তোমাৰ মান কোনোৱেই 

তোমাৰ মান কোনোৱেই নাই

বাচি বাচি . . .

জোন তৰাও থাকিলে 

সোণ তুমিও থাকিবা

থাপনাৰ এগচি চাকি হৈ

উশাহ যেতিয়ালৈ আছে 

তুমি তেতিয়ালৈ আছা

লগৰী তুমিয়েইতো হৈ

তোমাকে বাচিম যতনাই সাঁচিম

কপালতে চুমাতো আঁকি

তোমাক সাজিম কাচিম

বুজি পাবা খুলিও কও

খুজি খুজি মৰমো লও

তুমি মৰম দি থাকিবা

মই আনৰ হও

” বাচি বাচি তোমাকে বাচিম ” Song Video

Listen and Download Mp3 Song Of 👇 বাচি বাচি তোমাকে বাচিম 👇

Categories

error: Content is protected !!