Barikhare Banot Lyrics in Assamese- song by Zubeen

Application Launched/Get It Now For Free

Barikhare Banot Assamese song lyrics. A heart-touching duet by Zubeen Garg and Babu Baruah. Rewinding the childhood story of two brothers. The lyrics and composition of this song done by Chandan Kakoti. Released on February 10, 2018.

Barikhare Banot Lyrics in Assamese

Barikhare Banot Song Info
Song: Barikhare Banot
Singer :Zubeen Garg and Babu Baruah
Lyrics: Chandan Kakoti
Music Lebel: Times Music Assamese

Listen & Assamese song Free Download

  1. Barikhare Banot Zubeen & Babu 4:58

Download Here

Barikhare Banot Assamese Song lyrics

বাৰিষাৰে বানত অ’ দাদা
পৰিছেনে মনত তোৰ দাদা

বাৰিষাৰে বানত অ’ বাবু
পৰিছেনে মনত তোৰ বাবু
বথা মাৰিছিলো যে কলৰে নাওঁত
ধেমালী ধেমালীতে যাওঁ দূৰলৈ
ভয়ে ভয়ে আহো ঘৰলৈ
অ’ … অ’ … অ’ … অ’ … অ’ …
বাৰিষাৰে বানত অ’ দাদা
পৰিছেনে মনত তোৰ দাদা
বথা মাৰিছিলো যে কলৰে নাওঁত
মিঠা মিঠা কথাবোৰ আছেনে মনত
মন যায় উভতি গাঁৱলৈ
অ’ … অ’ … অ’ … অ’ … অ’ …

চোতালতে একআঠু পদূলিতে এবুকু
সাঁতুৰি সাঁতুৰি থাকো
অ’ দেউতাৰে কলাত ভন্টিয়ে কান্দে
বাৰে বাৰে জোকাইছিলো
লুকাই লুকাই আয়ে কান্দে চুকত
কি কৰো নকৰো আমিও দিপাঙত
আজি দেখো পৰে মনত
অ বাবু মোৰো যানো পৰে মনত
অ’ … অ’ … অ’ … অ’ … অ’ …

আমলখি ডালৰ ভেৰেঙণিত বহি
বৰশি বাও তোৰে লগতে
অ’ বিচনাৰো ওপৰত বিচনা তুলিলৈ
আছিলো সপোনৰ দেশত
সেই সপোনে কৰে আজিও আমনি
ৰঙে ৰসে ভৰা লৰালিৰ কাহিনী
আজি দেখো পৰে মনত
অ’ দাদা মোৰো যানো পৰে মনত
অ’ … অ’ … অ’ … অ’ … অ’ …
বাৰিষাৰে বানত অ বাবু
পৰিছেনে মনত তোৰ বাবু
বথা মাৰিছিলো যে কলৰে নাওঁত
মিঠা মিঠা কথাবোৰ আছেনে মনত
মন যায় উভতি গাঁৱলৈ ।।

বাৰিষাৰে বানত Song Video

Listen and Assamese Song Mp3 Free Download Of বাৰিষাৰে বানত

Also Check

Collection of Zubeen Garg
Assamese Song Mp3 Download

Categories

error: Content is protected !!