Banhir Bukuwedi Lyrics in Assamese- Rupam Bhuyan

Application Launched/Get It Now For Free

Banhir Bukuwedi Lyrics. A beautiful New Assamese song by Rupam Bhuyan released yesterday. It is an Assamese Love song. Lyrics of this song are written by Zessim Ahmed. Enjoy the Assamese song lyrics..

Banhir_Bukuwedi_Lyrics

Banhir Bukuwedi Song Info

Song: Banhir Bukuwedi Lyrics
Singer : Rupam Bhuyan
Lyrics : Zessim Ahmed
Tune : Tapan kr Talukdar
Music : Poran Borkotoky( Jojo)

Listen & Assamese song Free Download

  1. Banhir Bukuwedi Rupam Bhuyan 4:21

Download Here

Banhir Bukuwedi Lyrics Assamese Song

বাঁহীৰ বুকুৱেদি, কোনেনো বাই

সমিৰ সোঁৱৰনি.. মেলি

বাঁহীৰ বুকুৱেদি, কোনেনো বাই

সমিৰ সোঁৱৰনি.. মেলি

চিনাকি হেৰুৱা

সেয়া কাৰে নো বেদনা

চিনাকি হেৰুৱা

সেয়া কাৰে নো বেদনা

দিলেহি পৱনে

কানতে মোৰ ঢালি

বাঁহীৰ বুকুৱেদি..

ধাৰাসাৰ বৰষাত

ক্লান্ত সাগৰে আজি

উৰ্মি উঠাই

তীব্ৰ সোৱৰনীয়ে

নাও মেলি ভটিয়াই..প্ৰানলে…

অনুভুতিৰ শেষ শিশাটি যে

ম্লান গ’ল

অনুভুতিৰ শেষ শিশাটি যে

ম্লান গ’ল

নিজানতে সেই প্ৰতিপল

বুৰ গ’ল

দুৰনিত কোন সেয়া

ৰ’ল যেন সাক্ষী

বাঁহীৰ বুকুৱেদি..

ওলগৰ বতৰত

ভ্ৰান্ত পথেযে কালি

সৃষ্টি নমাই..

স্ৱপ্ন অলোকেৰে

আকাশখনিও যে

দিছিলে সজাই

জীৱনে যে ভুল

কেনেকৈ সহি যায়

অৱসাদৰ জুইত

উশাহো যে দহি যায়

সমাধিত প্ৰান এইয়া

অকলে আজি…

বাঁহীৰ বুকুৱেদি..

বাঁহীৰ বুকুৱেদি, কোনেনো বাই

সমিৰ সোঁৱৰনি.. মেলি

চিনাকি হেৰুৱা

সেয়া কাৰে নো বেদনা

চিনাকি হেৰুৱা

সেয়া কাৰে নো বেদনা

দিলেহি পৱনে

কানতে মোৰ ঢালি

বাঁহীৰ বুকুৱেদি..

Banhir Bukuwedi New Assamese Video Song

Check Popular Assamese Songs

Categories

error: Content is protected !!