Anurag Lyrics In Assamese-Zubeen Garg & Lonismita Devi

Application Launched/Get It Now For Free

Anurag Lyrics. A beautiful romantic Assamese song by Zubeen Garg & Lonismita Devi released recently. Lyrics of this song are written by Himangshu Borah. Enjoy the New Zubeen garg song lyrics.

anurag-lyrics-zubeen-garg-&-lonismita-devi

Audio Credits:
Song- Anurag Lyrics
Singer- Zubeen Garg & Lonismita Devi
Lyrics & Composition -Himangshu Borah (HB)
Music Director – Himangshu Borah (HB)
Mix & Mastering- Koustav Saikia
Music Lebel- Dhwani Rrecords

Listen & Assamese Mp3 song Download Free

  1. Anurag Zubeen Garg & Lonismita Devi 4:00

👇Click Here to Download Mp3👇

Anurag Lyrics Assamese Song

নিশাৰ আকাশত তুমি মোৰে জোন
হবানে কোৱা মোৰ বুকুৰ আপোন
সিৰাই সিৰাই বিয়পিছে মোৰ
তুমালে থকা বহুতু সপোন
মৰম ভৰা হ্ৰিদয়ত বহুতু সপোন
যাযাবৰী মন মৰমত,
ফাগুন ফাগুন
দুটি মন তাতেই আমাৰ সপোন
অনুৰাগ….অনুৰাগ….
অনুৰাগ….অনুৰাগ….

হৰীণি নয়না তোমাৰ নয়নে
মৌ মিঠা কোমল হাঁহিৰে
ধোঁৱলী কুঁৱলী কৰে মোৰ মৰমকে
তোমাৰে কথা ভাবিলে টোপনি নধৰে
হ্ৰিদয় কাৰেঙত ৰাখিছো তোমাক গোপনে
অনুৰাগ….অনুৰাগ….
অনুৰাগ….অনুৰাগ….

মিঠা হাহি তোমাৰে ওঠত
ৰঙা পৰা তোমাৰ দুগালত
কুমলীয়া মন তোমাতে মগন
থাকিবা নে হ্ৰিদয়ৰ মাজত
নকবা এনেকৈ তুমি
মোকে মৰমত
লাজতে ৰঙা চিঙা হম
তোমাক পালেই কাষত
ধোঁৱলী কুঁৱলী জানা মোৰেই আকাশত
অনুৰাগ….অনুৰাগ….
অনুৰাগ….অনুৰাগ….

Anurag New Assamese Video Song

Also Check

Categories

error: Content is protected !!