Aloxua Hiya Lyrics in Assamese. New Assamese song by Demiraj Deka & Bithika Borah with their soulful song. The song expresses love. The lyrics of this song are written by Subhasish Goswami & Demiraj Deka. enjoy the Assamese lyrics of this song.

Audio Credits
Song: Aloxua Hiya Lyrics
Singer: Demiraj Deka & Bithika Borah
Composer: Demiraj Deka & Subhasish Goswami
Lyrics by: Subhasish Goswami & Demiraj Deka.
Music: Arshad M Rahman
Mix and Master: Pranoy Dutta
Listen & New Assamese Song Download
- Aloxua Hiya Demiraj Deka & Bithika Borah
👇Click Here to Download Mp3👇
Aloxua Hiya Lyrics in Assamese
মিলনৰ বাসনাতে
চন্ছল দুটি হ্ৰিদয়ে
ওৰণি গুচালে
বিৰিখৰ চেচা বতাহ জাকে
জুৰুলা কৰি নিয়ে..কলিজাকে
মিলনৰ বাসনাতে
চন্ছল দুটি হ্ৰিদয়ে
ওৰণি গুচালে
বিৰিখৰ চেচা বতাহ জাকে
জুৰুলা কৰি নিয়ে..কলিজাকে
অনুভবী মোৰ এই কাহিনী বোৰ
লিখি ললো হিয়াতে
গোপনে গোপনে অযুত
সপোন সজালে
অলসুৱা হিয়াৰে
ডাৱৰৰে ফাকেৰে
অলসুৱা হিয়াৰে
ডাৱৰৰে ফাকেৰে…
কিয় জানো তোমাৰেই
ৰ’দালি বিচাৰে
অনুভবী মোৰ এই কাহিনী বোৰ
লিখি ললো হিয়াতে
হেই য়ে..য়ে য়ে..ও..ও..ও
হেই য়ে..য়ে য়ে..ও..ও..ও
ফাগুনৰে উৰনীয়া সুবাস
ভাহি অহে মোৰে হিয়াত
অকলুৱা মৰমৰে জোনাক
সিচি দিয়া কৰি জীপাল
ফাগুনৰে উৰনীয়া সুবাস
ভাহি অহে মোৰে হিয়াত
অকলুৱা মৰমৰে জোনাক
সিচি দিয়া কৰি জীপাল
প্ৰণয়ৰে লহৰ হোৱা
ৰ’দালি হৈ জীয়াই তোলা
সোনলী সেই আঘোন হোৱা
বৰষাৰে অমোদ হোৱা..আ..আ..আ
অনুভবী মোৰ এই কাহিনী বোৰ
লিখি ললো হিয়াতে
গোপনে গোপনে অযুত
সপোন সজালে
হেই য়ে..য়ে য়ে..ও..ও..ও
হেই য়ে..য়ে য়ে..ও..ও..ও
দুচকুত সপোনেৰে কিয়
গোপনে ভাহি অহা
মনৰে দলিচাতে তুমি
জোনাক হৈ ৰৈ যোৱা
দুচকুত সপোনেৰে কিয়
গোপনে ভাহি অহা
মনৰে দলিচাতে তুমি
জোনাক হৈ ৰৈ যোৱা
শৰতৰে জোন হোৱা
গীতৰে মোৰ সুৰ হোৱা
দিঠকৰে প্ৰমে হোৱা
এন্ধাৰকো ৰঙীন কৰা..আ..আ..আ
অনুভবী মোৰ এই কাহিনী বোৰ
লিখি ললো হিয়াতে
গোপনে গোপনে অযুত
সপোন সজালে
হেই য়ে..য়ে য়ে..ও..ও..ও
হেই য়ে..য়ে য়ে..ও..ও..ও