অগ্নিযুগৰ ফিৰিঙতি মই Agni Jugor Firingoti Moi Lyrics-Assamese Song By Dr. Bhupen Hazarika

Application Launched/Get It Now For Free

অগ্নিযুগৰ ফিৰিঙতি মই Agni Jugor Firingoti Moi Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.

Agni Jugor Firingoti Moi

Agni Jugor Firingoti Moi” Song Lyrics

অগ্নিযুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম।
সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব

পুনৰ ফিৰাই আনিম
নতুন অসম গঢ়িম।

নৰ-কঙ্কালৰ অস্ত্ৰ সাজি
শোষণকাৰীক বধিম।
সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব

পুনৰ ফিৰাই আনিম
নতুন অসম গঢ়িম।

ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত।
জাতিৰ অহংকাৰ লয় পাব তাত।
অস্পৃশ্যতাৰ মহাদানৱক
আপোন হাতেৰে নাশিম।
নতুন অসম গঢ়িম।

হৰিজন, পাহাৰী, হিন্দু, মুছলিমৰ
বড়ো, কোঁচ, চুতীয়া, কছাৰী, আহোমৰ
অন্তৰ ভেদি মৌ বোৱাম
ভেদাভেদৰ প্ৰাচীৰ ভাঙি
সাম্যৰ সৰগ ৰচিম নতুন অসম গঢ়িম।

অগ্নিযুগৰ ফিৰিঙতি মই ” Video Song

https://www.youtube.com/watch?v=rU54OyG7oO8

Listen and Download Mp3 Song Of “অগ্নিযুগৰ ফিৰিঙতি মই

Categories

error: Content is protected !!