Abir Lyrics in Assamese – Song By Dikshu

Application Launched/Get It Now For Free

Abir Lyrics Assamese Song Lyrics. A beautiful Song Dikshu Sharma. Released in 2020. Lyrics of this song are written by Mrinal Das and composed by himself. Enjoy the New Assamese song Lyrics..

Abir Lyrics in Assamese - Song By Dikshu

Abir Song Info

Song: Abir Lyrics

Singer: Dikshu Sarma 
Composition : Mrinal Das (Joon)
Music & Guitar : Trion Mahanta
Lyrics : Mrinal Das
Mix & Master : Pinku Das

Abir Lyrics Assamese Song

আহানা চন্দ্ৰাৱলী

বোৱানা হিয়াজুৰি

আহানা চন্দ্ৰাৱলী

বোৱানা হিয়াজুৰি

ভালপোৱাৰ মালাধাৰী

পিন্ধি জোনাকী

ৰাতি ৰাতি পৰুৱাইও

আবিৰ সানি

আহানা চন্দ্ৰাৱলী

হোৱানা মোৰ চানেকী

আহানা চন্দ্ৰাৱলী

বোৱানা হিয়াজুৰি

ভালপোৱাৰ মালাধাৰী

পিন্ধি জোনাকী

ৰাতি ৰাতি পৰুৱাইও

আবিৰ সানি

উতলা মন মোৰ

হুমুনিয়াৰে বাট

বৰষুণ আহিলে 

উনঘাম কবিতাৰ

উতলা মন মোৰ

হুমুনিয়াৰে বাট

বৰষুণ আহিলে 

উনঘাম কবিতাৰ

বৰষুণ আহে বাৰিষা নামে

হেজাৰ স্মৃতিয়ে

মোক জুৰুলা কৰে

বৰষুণ আহে বাৰিষা নামে

হেজাৰ স্মৃতিয়ে

মোক জুৰুলা কৰে

তুমি মোৰ এছাটি

স্বপ্নৰে ৰুন

তুমি মোৰ এমুঠি

নিহালি সপোন

উতলা মন মোৰ

হুমুনিয়াৰে বাট

বৰষুণ আহিলে 

উনঘাম কবিতাৰ

উতলা মন মোৰ

হুমুনিয়াৰে বাট

বৰষুণ আহিলে 

উনঘাম কবিতাৰ

Abir Assamese Video Song

Listen and Assamese Song Mp3 Free Download Of Abir

Also Check

অংগৰাগ মহন্ত

Categories

error: Content is protected !!