Abir Lyrics Assamese Song Lyrics. A beautiful Song Dikshu Sharma. Released in 2020. Lyrics of this song are written by Mrinal Das and composed by himself. Enjoy the New Assamese song Lyrics..

Abir Song Info
Song: Abir Lyrics
Singer: Dikshu Sarma
Composition : Mrinal Das (Joon)
Music & Guitar : Trion Mahanta
Lyrics : Mrinal Das
Mix & Master : Pinku Das
Abir Lyrics Assamese Song
আহানা চন্দ্ৰাৱলী
বোৱানা হিয়াজুৰি
আহানা চন্দ্ৰাৱলী
বোৱানা হিয়াজুৰি
ভালপোৱাৰ মালাধাৰী
পিন্ধি জোনাকী
ৰাতি ৰাতি পৰুৱাইও
আবিৰ সানি
আহানা চন্দ্ৰাৱলী
হোৱানা মোৰ চানেকী
আহানা চন্দ্ৰাৱলী
বোৱানা হিয়াজুৰি
ভালপোৱাৰ মালাধাৰী
পিন্ধি জোনাকী
ৰাতি ৰাতি পৰুৱাইও
আবিৰ সানি
উতলা মন মোৰ
হুমুনিয়াৰে বাট
বৰষুণ আহিলে
উনঘাম কবিতাৰ
উতলা মন মোৰ
হুমুনিয়াৰে বাট
বৰষুণ আহিলে
উনঘাম কবিতাৰ
বৰষুণ আহে বাৰিষা নামে
হেজাৰ স্মৃতিয়ে
মোক জুৰুলা কৰে
বৰষুণ আহে বাৰিষা নামে
হেজাৰ স্মৃতিয়ে
মোক জুৰুলা কৰে
তুমি মোৰ এছাটি
স্বপ্নৰে ৰুন
তুমি মোৰ এমুঠি
নিহালি সপোন
উতলা মন মোৰ
হুমুনিয়াৰে বাট
বৰষুণ আহিলে
উনঘাম কবিতাৰ
উতলা মন মোৰ
হুমুনিয়াৰে বাট
বৰষুণ আহিলে
উনঘাম কবিতাৰ
Abir Assamese Video Song
Listen and Assamese Song Mp3 Free Download Of Abir
- Wynk: http://gestyy.com/etCz0A
- Youtube Music: http://gestyy.com/etCzqR
Also Check